তামুলপুৰ জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কালিপুৰ গাঁৱত নৱোদয় ফাউণ্ডেচনে সফলতাৰে কাঠফুলাৰ খেতি প্ৰশিক্ষণ সম্পন্ন
তামুলপুৰ জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কালিপুৰ গাঁৱত নৱোদয় ফাউণ্ডেচনে সফলতাৰে কাঠফুলাৰ খেতি প্ৰশিক্ষণ সম্পন্ন তামুলপুৰ জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কালিপুৰ গাঁৱত নৱোদয় ফাউণ্ডেচনে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে…
চাকৰি থাকক বা নাথাকক মহিলাসকলে পাব লাগিব অৰুণোদয় আঁচনি: অখিল গগৈ
চাকৰি থাকক বা নাথাকক মহিলাসকলে পাব লাগিব অৰুণোদয় আঁচনি: অখিল গগৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে যে ৰাজ্যৰ অৰ্থনৈতিক স্থিতি উন্নত কৰাৰ বাবে মহিলাসকলক অধিক আৰ্থিক সহায়…
৬২ সংখ্যক ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰি অসমৰ হিমানীশ চৌধুৰীয়ে এক ইতিহাস।
৬২ সংখ্যক ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰি অসমৰ হিমানীশ চৌধুৰীয়ে এক ইতিহাস অসমৰ ক্ৰীড়া জগতৰ বাবে এটি গৌৰৱৰ খবৰ। ৬২ সংখ্যক ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত…
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ সৈতে পঞ্চতাৰকাযুক্ত হোটেল।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ সৈতে পঞ্চতাৰকাযুক্ত হোটেল উদয়পুৰৰ সমীপত থকা নাথৱাৰা চহৰ এতিয়া বিশেষ আলোচনাৰ কেন্দ্ৰস্থল হৈ পৰিছে। ইয়াত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম আৰু পঞ্চতাৰকাযুক্ত হোটেলৰ কাম-কাজ চলি আছে।…
তামুলপুৰ জিলা আয়ুক্তৰ উদ্যোগত বন গাঁওবাসী ST লোকসকলৰ কৃষি উন্নয়নৰ বাবে DAJUGA (MIDH-2024-25) আঁচনিৰ অধীনত আলু বীজ বিতৰণ।
তামুলপুৰ জিলা আয়ুক্তৰ উদ্যোগত বন গাঁওবাসী ST লোকসকলৰ কৃষি উন্নয়নৰ বাবে DAJUGA (MIDH-2024-25) আঁচনিৰ অধীনত আলু বীজ বিতৰণ তামুলপুৰ জিলাৰ বন গাঁও (Forest Village) অঞ্চলত বসবাস কৰা অনুসূচিত জনজাতি…
পুনৰ দিল্লীৰ ৩০ খনকৈ বিদ্যালয়লৈ অজ্ঞাত দুৰ্বৃত্তৰ ই-মেইল: এক আতংকজনক ঘটনা।
পুনৰ দিল্লীৰ ৩০ খনকৈ বিদ্যালয়লৈ অজ্ঞাত দুৰ্বৃত্তৰ ই-মেইল: এক আতংকজনক ঘটনা। দিল্লীৰ শিক্ষাক্ষেত্ৰত পুনৰ এক উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। অজ্ঞাত দুৰ্বৃত্তৰ পৰা অহা সন্দেহজনক ই-মেইলক কেন্দ্ৰ কৰি, দিল্লীৰ প্ৰায়…
হায়দৰাবাদত চাঞ্চলগুড়া জে’লৰ পৰা মুকলি: আল্লু অৰ্জুনক পত্নীৰ আবেগঘন আদৰণি।
হায়দৰাবাদত চাঞ্চলগুড়া জে’লৰ পৰা মুকলি: আল্লু অৰ্জুনক পত্নীৰ আবেগঘন আদৰণি টলিউডৰ আইকন অভিনেতা আল্লু অৰ্জুনক চাঞ্চলগুড়া জে’লৰ পৰা মুকলি কৰাৰ পাছত তেওঁৰ জুবিলী হিলছত থকা বাসগৃহত এক আবেগঘন পৰিৱেশ…
OpenAIৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ: সূচীৰ বালাজীৰ ৰহস্যজনক মৃত্যু!
OpenAIৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ: সূচীৰ বালাজীৰ ৰহস্যজনক মৃত্যু! ছানফ্ৰান্সিস্কোৰ এখন এপাৰ্টমেণ্টত ২৬ বছৰীয়া উদীয়মান প্ৰতিভা, সূচীৰ বালাজীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰে চমক লাগিছে সৰ্বত্ৰ। তেওঁক OpenAIৰ এটা গুৰুত্বপূর্ণ প্ৰকল্পৰ লগত…
ৰহাৰ বাৰপূজীয়াত বিধ্বংসী অগ্নিকাণ্ড, এখন ব্ৰয়লাৰ ফাৰ্ম ভস্মীভূত।
ৰহাৰ বাৰপূজীয়াত বিধ্বংসী অগ্নিকাণ্ড, এখন ব্ৰয়লাৰ ফাৰ্ম ভস্মীভূত। ৰহাৰ অমৰাৱতীত কালি নিশা এটা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইৰ ফলত অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হয়। অগ্নিকাণ্ডত এখন ব্ৰয়লাৰ ফাৰ্ম…
ভাৰতীয় মহিলা জুনিয়ৰ হকী দল আজিৰ ছেমি-ফাইনেলত জাপানৰ সৈতে মুখামুখি।
ভাৰতীয় মহিলা জুনিয়ৰ হকী দল আজিৰ ছেমি-ফাইনেলত জাপানৰ সৈতে মুখামুখি। ভাৰতীয় মহিলা জুনিয়ৰ হকী দলে আজি অতি গুৰুত্বপূর্ণ খেলত জাপানৰ মুখামুখি হ’ব। এই ছেমি-ফাইনেল খেলখন মহিলা জুনিয়ৰ এছিয়া কাপৰ…