Latest Story
তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভাগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠানতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

Main Story

AISECT-ৰ উদ্যোগত উত্তৰ-পূব কেন্দ্ৰিক সন্মিলন অনুষ্ঠিত।

AISECT-ৰ উদ্যোগত উত্তৰ-পূব কেন্দ্ৰিক সন্মিলন অনুষ্ঠিত   সামাজিক সংস্থা AISECT-ৰ উদ্যোগত আজি মহানগৰীত এক বিশেষ উত্তৰ-পূব কেন্দ্ৰিক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনখনৰ মূল উদ্দেশ্য আছিল অঞ্চলটোৰ শিক্ষাগত, ব্যৱসায়িক আৰু সামাজিক…

ইটোৰ পাছত সিটো বিপদ বৰবৰাৰ সন্মুখত। SPAC আৰু মানৱ অধিকাৰ আয়োগত গোচৰ দাখিল কংগ্ৰেছৰ।

কথাবোৰ নুবুজাই কাল হ’ল ভাৰ্গৱ বৰবৰাৰ। ইটোৰ পাছত সিটো বিপদ বৰবৰাৰ সন্মুখত। SPAC আৰু মানৱ অধিকাৰ আয়োগত গোচৰ দাখিল কংগ্ৰেছৰ। কিন্তু কিয় গ্ৰেপ্তাৰ হোৱা নাই OC ভাৰ্গৱ বৰবৰা?   অচিন্ত্যপূৰ্ণ…

সাংবাদিকসকলে অলপ পঢ়া-শুনা কৰক’: যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰৰ বিতৰ্কিত মন্তব্য

‘সাংবাদিকসকলে অলপ পঢ়া-শুনা কৰক’: যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰৰ বিতৰ্কিত মন্তব্য   যোৰহাটত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সাংবাদিকসকলৰ উদ্দেশ্যে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰৰ কৰা বিতৰ্কিত মন্তব্যয়ে ৰাষ্ট্ৰীয় পৰিসৰত তীব্ৰ চৰ্চাৰ…

দেশৰ ২২টাকৈ স্থানত EDৰ অভিযান: জব্দ নগদ ধনৰ পৰিমাণ ১২ কোটি ৪১ লাখ ।

দেশৰ ২২টাকৈ স্থানত EDৰ অভিযান: জব্দ নগদ ধনৰ পৰিমাণ ১২ কোটি ৪১ লাখ ।   আর্থিক অপৰাধ নিয়ন্ত্ৰণৰ সৈতে জড়িত কেন্দ্ৰীয় সংস্থা এনফ’ৰ্ছমেণ্ট ডিৰেক্টৰেট (ED)-এ দেশৰ ২২টাকৈ স্থানত এক বিশাল…

বৰপেটাত ৰাজহ চক্ৰ বিষয়াক নিলম্বন: ভূমি নামজাৰিৰ কেলেংকাৰিত জড়িত অভিযোগ।

বৰপেটাত ৰাজহ চক্ৰ বিষয়াক নিলম্বন: ভূমি নামজাৰিৰ কেলেংকাৰিত জড়িত অভিযোগ   বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ বিষয়া সোণবৰ চুতীয়াক ভূমি নামজাৰিৰ নামত কেলেংকাৰি কৰাৰ অভিযোগৰ ভিত্তিত চৰকাৰে নিলম্বন কৰিছে। এই…

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰে পুনৰ একযোগ হোৱাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ।

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰে পুনৰ একযোগ হোৱাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ   অসম জাতীয় পৰিষদ (আজাপ)-ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সৈতে পুনৰ একতাৰ ইংগিত দিছে। এই মন্তব্যই ৰাজ্যৰ…

তামুলপুৰত বন্যহস্তীৰ ডিঙিত সংস্থাপন কৰা হ’ল Radio Collar

তামুলপুৰত বন্যহস্তীৰ ডিঙিত সংস্থাপন কৰা হ’ল Radio Collar Photo Courtesy: Facebook   তামুলপুৰ জিলাত বিগত কিছুদিন ধৰি উপদ্ৰৱ চলাই থকা বন্যহস্তীৰ বৃহৎ জাকৰ দুটাকৈ হাতীৰ দেহত বন বিভাগৰ পৰিচালনাত Radio…

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰাক্তন এন ডি এফ বিৰ সকলৰ মাজত।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰাক্তন এন ডি এফ বিৰ সকলৰ মাজত।   তামুলপুৰ ১৮ নৱেম্বৰ।   দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বড়োলেণ্ড মহোৎসৱত…

তামুলপুৰত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ।

  তামুলপুৰত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ।   তামুলপুৰৰ তেতেলিগুৰি, বৰবিলা, চলিকাণ্ড, গুৱাকুছিত বনৰীয়া হাতীৰ বৃহৎ জাক।   নিশা ভাগত এশৰো হাতীৰ জাক সোমাই ৰাইজৰ নাজল নাথল অৱস্থা।   হাতীৰ জাকটোৱে…

কুকি-মা উগ্ৰপন্থীয়ে ৬জন নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদ কাছাৰৰ মাইতেয়ী মণিপুৰী সম্প্ৰদায়ে।

কুকি-মা উগ্ৰপন্থীয়ে ৬জন নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদ কাছাৰৰ মাইতেয়ী মণিপুৰী সম্প্ৰদায়ে।   ন্যায়ৰ বাবে এই ঘটনাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।   কাছাৰৰ মৈতেয়ী মণিপুৰী সম্প্ৰদায়ৰ ৰাইজে মহিলা-শিশুকে…