Latest Story
২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহবাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈTwo Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling DetailsBobby Deol & Cast Praise Aryan Khan’s Netflix Debut The Ba*ds of BollywoodFED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTHSamsung Launches Galaxy A36 5G: A Future-Ready Powerhouseতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

Today Update

Main Story

গৌৰৱ গগৈক লক্ষ্য কৰি প্ৰমোদ বড়ো— “কমিছন কালচাৰ বি.পি.এফৰ শাসনত আছিল, এতিয়া শেষ হৈছে”

  গৌৰৱ গগৈক লক্ষ্য কৰি প্ৰমোদ বড়ো— “কমিছন কালচাৰ বি.পি.এফৰ শাসনত আছিল, এতিয়া শেষ হৈছে”   তামুলপুৰ জিলাত আয়োজিত এটা ৰাজনৈতিক যোগদান অনুষ্ঠানত বিটিচি (BTC) প্ৰধান প্ৰমোদ বড়োৱে কংগ্ৰেছ সাংসদ…

হাগ্ৰামাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৱে

হাগ্ৰামাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৱে   বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া জনাই কটাক্ষ কৰে।   প্ৰমোদ বড়োৱে স্পষ্টভাৱে কয়— “ৰাজনীতি কৰাৰ স্বাৰ্থত…

সীমান্তত BSF থাকোতে কেনেদৰে সোমাইছে বাংলাদেশী? মুখ্যমন্ত্ৰীৰ বাংলাদেশী বিৰোধী স্থিতিৰ ওপৰত প্ৰশ্ন আব্দুল খালেকৰ…

সীমান্তত BSF থাকোতে কেনেদৰে সোমাইছে বাংলাদেশী? মুখ্যমন্ত্ৰীৰ বাংলাদেশী বিৰোধী স্থিতিৰ ওপৰত প্ৰশ্ন আব্দুল খালেকৰ…   অসম-মেঘালয় সীমান্তত বাংলাদেশীৰ অনুপ্ৰৱেশৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সদ্যোহতে কৰা মন্তব্যক লৈ প্ৰশ্ন উত্থাপন…

অসমত মিঞা মুছলমানৰ আগ্ৰাসন হৈছে, অসমীয়াই ১০-১৫ বছৰৰ পাছত জীয়াই থাকিব নোৱাৰিব’ – মুখ্যমন্ত্ৰীৰ মন্তব্যে সৃষ্টি কৰিলে চাঞ্চল্য

‘অসমত মিঞা মুছলমানৰ আগ্ৰাসন হৈছে, অসমীয়াই ১০-১৫ বছৰৰ পাছত জীয়াই থাকিব নোৱাৰিব’ – মুখ্যমন্ত্ৰীৰ মন্তব্যে সৃষ্টি কৰিলে চাঞ্চল্য   গুৱাহাটী, ১৮ আগষ্টঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি পুনৰ…

  • Current
  • August 18, 2025
  • 36 views
  • 1 minute Read
যি মানুহৰ আদৰ্শ নাই, তেওঁ গান্ধী পৰিয়ালৰ নেগুৰত ধৰে’ – মুখ্যমন্ত্ৰীৰ তীৰবাণ লুৰিণজ্যোতি গগৈক লক্ষ্য কৰি

‘যি মানুহৰ আদৰ্শ নাই, তেওঁ গান্ধী পৰিয়ালৰ নেগুৰত ধৰে’ – মুখ্যমন্ত্ৰীৰ তীৰবাণ লুৰিণজ্যোতি গগৈক লক্ষ্য কৰি   গুৱাহাটী, ১৮ আগষ্টঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি পুনৰ এক ৰাজনৈতিক…

BTR ত গোৰ্খা সম্প্ৰদায়ৰ ভূমি অধিকাৰৰ দাবী পুনৰ সৰৱ

BTR ত গোৰ্খা সম্প্ৰদায়ৰ ভূমি অধিকাৰৰ দাবী পুনৰ সৰৱ   চিটকাজানত আগছুৰ জনজাগৰণ সভা – মুখ্যমন্ত্ৰীৰ ২০২১ চনৰ নিৰ্দেশনা কাৰ্যকৰী নহোৱাৰ অভিযোগ   তামুলপুৰ, ১৭ আগষ্টঃ বিটিআৰত গোৰ্খা সম্প্ৰদায়ৰ ভূমি…

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ‘ইট ৰাইট ষ্টেচন’ আৰু ‘ইট ৰাইট কেম্পাছ’ পদক্ষেপৰ অংশ হিচাপে আলিপুৰদুৱাৰত এফঅ’এছটিএচি প্ৰশিক্ষণ শিবিৰৰ আয়োজন 

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ‘ইট ৰাইট ষ্টেচন’ আৰু ‘ইট ৰাইট কেম্পাছ’ পদক্ষেপৰ অংশ হিচাপে আলিপুৰদুৱাৰত এফঅ’এছটিএচি প্ৰশিক্ষণ শিবিৰৰ আয়োজন  মালিগাঁও, ১৭ আগষ্ট, ২০২৫:   উত্তৰ-পূব সীমান্ত ৰেলৱেই ভাৰতীয় খাদ্য সুৰক্ষা…

Acting on reliable intelligence, a team from the East Guwahati Police District (EGPD), Basistha Police Station.

Acting on reliable intelligence, a team from the East Guwahati Police District (EGPD), Basistha Police Station.     Guwahati, August 16   Acting on reliable intelligence, a team from the…

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজিৰ দিনটোত গোৰেশ্বৰস্থিত শংকৰদেৱ সত্ৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজিৰ দিনটোত গোৰেশ্বৰস্থিত শংকৰদেৱ সত্ৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে। সত্ৰত উপস্থিতিৰ পিছত তেওঁ সংবাদমাধ্যমৰ সন্মুখীন হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে।  …

তামুলপুৰত দিলীপ শইকীয়াৰ তীব্ৰ আক্রমণ – “বিটিচিত লুণ্ঠনৰ কথা ৰাইজে নাপাহৰে”

তামুলপুৰত দিলীপ শইকীয়াৰ তীব্ৰ আক্রমণ – “বিটিচিত লুণ্ঠনৰ কথা ৰাইজে নাপাহৰে”   তামুলপুৰ, ১৬ আগষ্টঃ তামুলপুৰ জিলা বিজেপিৰ আয়োজিত অনুদান বিতৰণ সভাত আজি অংশগ্ৰহণ কৰি সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি…