Latest Story
২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহবাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈTwo Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling DetailsBobby Deol & Cast Praise Aryan Khan’s Netflix Debut The Ba*ds of BollywoodFED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTHSamsung Launches Galaxy A36 5G: A Future-Ready Powerhouseতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

Today Update

Main Story

  • Current
  • December 19, 2024
  • 85 views
  • 1 minute Read
২৪ ডিচেম্বৰ অন্তিম তাৰিখ, আঁতৰিব অৰুণোদয়ৰ বহু হিতাধিকাৰীৰ নাম।

২৪ ডিচেম্বৰ অন্তিম তাৰিখ, আঁতৰিব অৰুণোদয়ৰ বহু হিতাধিকাৰীৰ নাম।   ২০২৪ চনৰ ২৪ ডিচেম্বৰ অৰুণোদয় যোজনাৰ বহু হিতাধিকাৰীৰ নাম আঁতৰিব বুলি জানিব পৰা গৈছে। ভাৰত চৰকাৰে বিত্তীয় অযোগ্যতা আৰু নিয়ম…

  • Current
  • December 19, 2024
  • 82 views
  • 1 minute Read
তামুলপুুৰত গৰু চোৰৰ দৌৰাত্ম্য ৷ নিশা গোহালিৰ পৰা লৈ গ’ল গাই গৰু। 

তামুলপুুৰত গৰু চোৰৰ দৌৰাত্ম্য ৷ নিশা গোহালিৰ পৰা লৈ গ’ল গাই গৰু।    তামুলপুৰ ১৯ ডিচেম্বৰ   তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা। ফলত সৰ্বস্বান্ত হৈছে দুখীয়া…

পাণবজাৰৰ (গুৱাহাটী) নতুন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কামত দ্ৰুত অগ্ৰগতি 

পাণবজাৰৰ (গুৱাহাটী) নতুন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কামত দ্ৰুত অগ্ৰগতি    মালিগাওঁ, ১৯ ডিচেম্বৰ, ২০২৪: উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ সংমণ্ডলজুৰি ৰে’ল পৰিচালনত আন্তঃগাঁথনি আৰু সুৰক্ষা বৃদ্ধিৰ বাবে ইয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ…

  • Current
  • December 19, 2024
  • 85 views
  • 1 minute Read
পৰিয়ালৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হ’ব বিৰাট কোহলি ?

বিৰাট কোহলি পৰিয়ালৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হ’ব বুলি শ্বাসপ্ৰশ্বাসৰ সৈতে জানিবলৈ পোৱা গৈছে। তেওঁৰ প্ৰাক্তন কোচ ৰাজকুমাৰ শৰ্মাই নিশ্চিত কৰিছে যে, কোহলি পৰিয়ালৰ সৈতে শীঘ্ৰেই লণ্ডনত স্থানান্তৰিত হ’ব। কোহলীৰ পত্নী…

  • Current
  • December 19, 2024
  • 87 views
  • 1 minute Read
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই আগন্তুক অসম বিধানসভা অধিবেশন উপলক্ষে কোকৰাঝাৰত এক গুৰুত্বপূর্ণ বৈঠক

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই আগন্তুক অসম বিধানসভা অধিবেশন উপলক্ষে কোকৰাঝাৰত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠক বড়োলেণ্ড প্ৰাদেশিক পৰিষদীয় বিধানসভাত আয়োজিত হয় আৰু অধিবেশনৰ প্ৰস্তুতিৰ বাবে এটি…

‘কংগ্ৰেছ দলে ৰঙা চকুক ভয় নকৰে’ মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ সাংসদ ৰকিবুল হুছেইনৰ।

অসমৰ ৰাজনীতিত উত্তেজনা আৰু বাক্-যুদ্ধ অব্যাহত আছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু সাংসদ ৰকিবুল হুছেইনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীব্ৰ কটাক্ষ কৰে। তেওঁ কয় যে, “কংগ্ৰেছ দলে ৰঙা চকুক…

অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে যোগী আদিত্যনাথ বুলি ভাবিছেঃ গৌৰৱ গগৈ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে পুনৰ কটাক্ষ কৰিছে। মুকলি মঞ্চত গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ প্ৰতিবাদ

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ প্ৰতিবাদ   গুৱাহাটী প্ৰেছ ক্লাবত আজি এক বিশেষ প্ৰতিবাদী সভা অনুষ্ঠিত হয়, য’ত সাংবাদিকসকলৰ সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত কৰিবলৈ চৰকাৰে তৎপ্ৰত হওৱাৰ দাবী জনোৱা হয়। এই…

Good Governance Week, 2024 in Tamulpur District*

*Good Governance Week, 2024 in Tamulpur District*   *Tamulpur, December 19, 2024* : The entire country is celebrating “Good Governance Week, 2024” from December 19-24 under the leadership of hon’ble…

  • Current
  • December 19, 2024
  • 112 views
  • 1 minute Read
তামুলপুৰত “সুশাসন সপ্তাহ, ২০২৪”-ৰ বিভিন্ন কাৰ্যসূচী*

*তামুলপুৰত “সুশাসন সপ্তাহ, ২০২৪”-ৰ বিভিন্ন কাৰ্যসূচী*   *তামুলপুৰ, ১৯ ডিচেম্বৰ, ২০২৪* : ভাৰতৰ জনদৰদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশে ১৯-২৪ ডিচেম্বৰৰ ভিতৰত “সুশাসন সপ্তাহ, ২০২৪” পালন কৰিবলৈ লৈছে। দেশৰ…