Latest Story
তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহবাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈTwo Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling DetailsBobby Deol & Cast Praise Aryan Khan’s Netflix Debut The Ba*ds of BollywoodFED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTHSamsung Launches Galaxy A36 5G: A Future-Ready Powerhouse

Today Update

Main Story

  • Current
  • December 20, 2024
  • 85 views
  • 1 minute Read
ভূটান সীমান্তৰ হৰটোলা, পাটকিজূলী, হাতীডুবাত বনৰীয়া হাতীয়ে উপদ্ৰৱ

ভূটান সীমান্তৰ হৰটোলা, পাটকিজূলী, হাতীডুবাত বনৰীয়া হাতীয়ে উপদ্ৰৱ   বহু পৰিয়ালৰ বাসগৃহ ভাঙি, আচবাব লণ্ড ভণ্ড , ভড়ালৰ ধান খায় তহিলং   ৰমেন দাস,তামুলপুৰ,২০ ডিচেম্বৰ- তামুলপুৰ জিলাৰ ভূটান সীমান্তত অব্যাহত…

  • Current
  • December 20, 2024
  • 74 views
  • 1 minute Read
যদি ৰাজ ভৱন আৰু জনতা ভৱনৰ বাহিৰত প্ৰতিবাদ কৰিব নোৱাৰি, তেন্তে আমি হাবিত গৈ প্ৰতিবাদ কৰিম নেকি?’

‘যদি ৰাজ ভৱন আৰু জনতা ভৱনৰ বাহিৰত প্ৰতিবাদ কৰিব নোৱাৰি, তেন্তে আমি হাবিত গৈ প্ৰতিবাদ কৰিম নেকি?’ ‘ৰাইজৰ কথা ৰাইজৰ মাজত থাকি কম, ধৰ্ণা দিম, হিমন্ত বিশ্ব শৰ্মা কোন হয়…

  • Crime
  • December 20, 2024
  • 66 views
  • 1 minute Read
জেহাদীৰ টাৰ্গেট শিলিগুৰি কৰিড’ৰ, উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ

জেহাদীৰ টাৰ্গেট শিলিগুৰি কৰিড’ৰ, উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ   শিলিগুৰি কৰিড’ৰ, যাক “চিকেন’চ নেক” নামেৰে জনা যায়, উত্তৰ-পূব ভাৰতক ভাৰতৰ মূলভূমিৰ সৈতে সংযোগ কৰা একমাত্ৰ পথ। এই…

  • Current
  • December 20, 2024
  • 80 views
  • 1 minute Read
তামুলপুৰৰ কুমাৰীকাটাৰ আচাৰ্যকুলামৰ বাৰ্ষিক ক্ৰীড়া।

কুমাৰীকাটা আচাৰ্যকুলমৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভ —- খেলৰ জৰিয়তে আমি দেশৰ মান বঢ়াব পাৰোঁ — বিপুল সন্দিকৈ :   ২০ ডিচেম্বৰ :   আমি ৰদত শুকাব লাগিব , বৰষুণত তিতিব…

  • Current
  • December 20, 2024
  • 93 views
  • 1 minute Read
তামুলপুৰ জিলা কংগ্ৰেছৰ মৌন প্ৰতিবাদী কাৰ্যসূচী।

তামুলপুৰ জিলা কংগ্ৰেছৰ মৌন প্ৰতিবাদী কাৰ্যসূচী। তামুলপুৰ ২০ ডিচেম্বৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ আহ্বানত আজি তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মী…

  • Current
  • December 20, 2024
  • 95 views
  • 1 minute Read
প্ৰতিবাদকাৰী জ্যেষ্ঠ কংগ্ৰেছীক গটিয়াই আঁতৰালে আৰক্ষীয়ে।

প্ৰতিবাদকাৰী জ্যেষ্ঠ কংগ্ৰেছীক গটিয়াই আঁতৰালে আৰক্ষীয়ে   অসমত কংগ্ৰেছৰ প্ৰতিবাদ প্ৰদৰ্শনৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ মুখামুখি পৰিস্থিতি সৃষ্টি হয়। কংগ্ৰেছে চৰকাৰৰ বিভিন্ন নীতিৰ বিৰোধিতা কৰি ৰাজ্যজুৰি…

বদৰুদ্দিন আজমলক মিত্ৰতা সন্দৰ্ভত এক সাংবাদিকে প্ৰশ্ন কৰাৰ পাছত তেওঁ অতি স্পষ্টভাৱে ব্যক্ত কৰে

বদৰুদ্দিন আজমলক মিত্ৰতা সন্দৰ্ভত এক সাংবাদিকে প্ৰশ্ন কৰাৰ পাছত তেওঁ অতি স্পষ্টভাৱে ব্যক্ত কৰে যে এই বিষয়ত তেওঁৰ কোনো মন্তব্য নাই। তেওঁ তীক্ষ্ণ স্বৰত কয় যে, মিত্ৰতাৰ বিষয়ে কোনো আলোচনা…

আজিৰ কেবিনেটত গৃহীত সিদ্ধান্তসমূহ

আজিৰ কেবিনেটত গৃহীত সিদ্ধান্তসমূহ আজিৰ ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তসমূহ ৰাজ্যৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে এক দিশচিহ্ন স্বৰূপ। কেবিনেটৰ মুখ্য সিদ্ধান্তসমূহ   1.…

প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও: আজি বিৰোধী প্ৰতিবাদী সমদল

প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও: আজি বিৰোধী প্ৰতিবাদী সমদল   আজি প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ’ব। কংগ্ৰেছৰ নেতা-কর্মীয়ে বিভিন্ন ইস্যুৰ ওপৰত চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ…

  • Current
  • December 20, 2024
  • 112 views
  • 1 minute Read
ভাৰতৰ ভূমিত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী নিধন: জম্মু-কাশ্মীৰত সফল অভিযান

ভাৰতৰ ভূমিত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী নিধন: জম্মু-কাশ্মীৰত সফল অভিযান   জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰে চলা এক বিশেষ অভিযানত পাঁচজন সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে। এই অভিযানত সেনা জোৱান আৰু সন্ত্ৰাসবাদীৰ মাজত…