Latest Story
অনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰাপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসীমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনাPak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourseSpain’s capital Madrid — a powerful explosion has rocked the city, leaving around 25 people injured. At least two of them are said to be in serious condition.সাৱাৰকাৰে প্ৰথম…” NCERT পাঠ্যসূচী সংশোধনক লৈ AIMIM প্রধান আসাদুদ্দিন ওৱাইচীৰ কেন্দ্ৰক তীব্ৰ কটাক্ষচামগুৰিত তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ তীব্ৰ গৃহকণ্ডলঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠানদৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি

Main Story

  • Current
  • September 13, 2025
  • 6 views
  • 1 minute Read
সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন

প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন মিজোরামের জনগণের জন্য ঐতিহাসিক দিন, আইজল ভারতের রেল মানচিত্রের সাথে সংযুক্ত হচ্ছে মালিগাঁও,…

  • Current
  • September 13, 2025
  • 8 views
  • 1 minute Read
গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ

গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ   মিত্ৰতাৰ সন্দৰ্ভত APCC সভাপতি গৌৰৱ গগৈৰ উত্তৰৰ প্ৰতি কটাক্ষ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।…

বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।     বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীৰ বাসগৃহত যোৱা নিশা উপস্থিত…

শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ

শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ   বিটিআৰ নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থাকোঁতেই প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।   ২৯ নং…

  • Crime
  • September 13, 2025
  • 6 views
  • 1 minute Read
24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध आरा मशीन, जनरेटर सेट व लकड़ी के साथ 02 व्यक्तियों को किया गिरफ्तार 

24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध आरा मशीन, जनरेटर सेट व लकड़ी के साथ 02 व्यक्तियों को किया गिरफ्तार    तामुलपुर, दिनांक-12.09.2025   24वीं बटालियन एसएसबी, रंगिया के…

নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_

তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫   তামুলপুৰ জিলাৰ বৰনগৰস্থিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ নিৰ্বাচন উপলক্ষে আজি “ইছ্যু…

  • Current
  • September 12, 2025
  • 5 views
  • 1 minute Read
ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু   ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।  …

  • Current
  • September 12, 2025
  • 7 views
  • 1 minute Read
চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…