Latest Story
ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যুচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বানভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তনHon’ble PM to lay the foundation stone and inaugurate multiple development projects worth over Rs 9,000 crore at Aizawl, MizoramElection Strategy Meeting with UPPL Workers and Candidates২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ। নাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।নিশা বিভিন্ন স্থানত দিছপুৰ আৰক্ষীৰ অভিযান গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ নেতৃত্বত নিশা বিভিন্ন স্থানত এক বিশেষ অভিযান চলোৱা হয়।তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা

Main Story

  • Current
  • August 12, 2025
  • 16 views
  • 1 minute Read
বিপদত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া

বিপদত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া   জনজাতি স্বাৰ্থবিৰোধী মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এতিয়া গুৰুতৰ বিপদত পৰিছে। তেওঁৰ সাম্প্ৰতিক এক মন্তব্যক লৈ বিভিন্ন জনজাতি সংগঠনই তীব্ৰ প্ৰতিক্ৰিয়া…

Tesla ने दिल्ली में अपना पहला चार्जिंग स्टेशन या एक्सपीरियंस सेंटर लॉन्च नहीं किया है

Tesla ने दिल्ली में अपना पहला चार्जिंग स्टेशन या एक्सपीरियंस सेंटर लॉन्च नहीं किया है — ऐसा कोई विश्वसनीय समाचार मैंने नहीं पाया। अगर आपने किसी अफवाह या हालिया सोशल…

  • Current
  • August 11, 2025
  • 20 views
  • 1 minute Read
নতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ

নতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ। কিন্তু সংসদ ভৱনৰ পৰা কেইটামান ৰাস্তাৰ দূৰতই আৰক্ষীয়ে বেৰিকেড দি প্ৰতিবাদীসকলক আটকায়। বিৰোধীসকলৰ…

বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়

বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে…

উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ

উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ লৈছে। দুয়ো পক্ষৰ নেতাই প্ৰতিদিনে একে-অন্যক লক্ষ্য…

২৬ৰ নিৰ্বাচনৰ টিকটক লৈ অগপত খং-ক্ষোভৰ জুই

’২৬ৰ নিৰ্বাচনৰ টিকটক লৈ অগপত খং-ক্ষোভৰ জুই   ২০২৬ৰ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনকেন্দ্ৰিক টিকটক লৈ অসম গণ পৰিষদত (অগপ) দিন দিনেই খং, ক্ষোভ আৰু অসন্তুষ্টি তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ কিছুমান…

  • Current
  • August 10, 2025
  • 18 views
  • 2 minutes Read
Baksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth

Baksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth Baksa, August 10: In a significant step towards strengthening road connectivity in the region, Hon’ble Chief Minister Dr.…

  • Current
  • August 10, 2025
  • 19 views
  • 1 minute Read
BTCতো চলিব নেকি উচ্ছেদ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

BTCতো চলিব নেকি উচ্ছেদ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া   ১০ আগষ্টঃ বোদোলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (BTC)ৰ অন্তৰ্গত অঞ্চলসমূহত উচ্ছেদ অভিযান চলাব নে নাই সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…

  • Crime
  • August 10, 2025
  • 18 views
  • 1 minute Read
EGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender

EGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender Guwahati, August 10: An East Guwahati Police District (EGPD) team from Bhagaduttapur Out Post has successfully recovered a stolen Oppo A57 mobile…

তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন

তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন   তামুলপুৰ, ১০ এপ্ৰিলঃ তামুলপুৰৰ গেৰুৱাত আজি সদৌ অসম গোৰ্খা ছাত্র সন্থা তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এখনি সাধাৰণ…