Latest Story
মহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনাPak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourseSpain’s capital Madrid — a powerful explosion has rocked the city, leaving around 25 people injured. At least two of them are said to be in serious condition.সাৱাৰকাৰে প্ৰথম…” NCERT পাঠ্যসূচী সংশোধনক লৈ AIMIM প্রধান আসাদুদ্দিন ওৱাইচীৰ কেন্দ্ৰক তীব্ৰ কটাক্ষচামগুৰিত তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ তীব্ৰ গৃহকণ্ডলঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠানদৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন

Main Story

কাইলৈ ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ ঐতিহাসিক লালকিল্লাত দ্বাদশ বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাইলৈ ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ ঐতিহাসিক লালকিল্লাত দ্বাদশ বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৪ চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এইবাৰ হৈছে…

নলবাৰী জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্ধাৰিত সভাত আজিৰ দিনটোত এক অঘটন ঘটিল

নলবাৰী জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্ধাৰিত সভাত আজিৰ দিনটোত এক অঘটন ঘটিল। সভাস্থলীত সাজি থোৱা পেণ্ডেলত আচমকা জুইৰ স্ফুৰণ ঘটে, যদিও তৎপৰতাৰে আগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় দমকল বিভাগ।…

  • Current
  • August 14, 2025
  • 22 views
  • 1 minute Read
উচ্ছেদৰ পিছতে ৰেংমা বনাঞ্চলত নগাই আঁৰিলে ফলক, সাঁজিলে অস্থায়ী গৃহ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে প্ৰশাসনিক বিষয়াৰ লগতে চিআৰপিএফ বাহিনী।

উচ্ছেদ অভিযান সম্পন্ন হোৱাৰ পাছতে ৰেংমা বনাঞ্চলত পুনৰ উত্তেজনা সৃষ্টি হৈছে। স্থানীয় নগাই জনগোষ্ঠীৰ কেইবাগৰাকী লোকে উচ্ছেদ কৰা অঞ্চলত আঁৰিলে ফলক আৰু সাঁজিলে অস্থায়ী গৃহ। বনাঞ্চলৰ ভিতৰত এই পুনঃঅৱস্থানৰ চেষ্টা…

NFR Collaborates with IIT Guwahati to adopt Biodegradable Compostable Materials replacing use of Traditional Plastic

NFR Collaborates with IIT Guwahati to adopt Biodegradable Compostable Materials replacing use of Traditional Plastic   Maligaon, 14th August, 2025: Northeast Frontier Railway (NFR), under the leadership of General Manager…

জনজাতীয় বেল্ট এণ্ড ব্লকৰ বিতৰ্কত দিলীপ শইকীয়াৰ মন্তব্য, জনজাতীয় সংগঠনৰ বিৰোধ

জনজাতীয় বেল্ট এণ্ড ব্লকৰ বিতৰ্কত দিলীপ শইকীয়াৰ মন্তব্য, জনজাতীয় সংগঠনৰ বিৰোধ     অসমৰ জনজাতীয় বেল্ট আৰু ব্লক সংরক্ষণ আইনক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিয়া মন্তব্যক কেন্দ্ৰ কৰি…

NFR to Host Grand Independence Day Celebration at Eco Park, Amingaon

NFR to Host Grand Independence Day Celebration at Eco Park, Amingaon   Maligaon, 13th August, 2025:   As part of the nationwide celebrations for Independence Day 2025, the Railway Protection…

সাংবাদিকৰ স্বাধীনতাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

সাংবাদিকৰ স্বাধীনতাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান   সাংবাদিকৰ সংবাদ লেখা বা ভিডিঅ’ পৰিৱেশনক আধাৰ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিছে। আদালতে স্পষ্টকৈ কয়, ভাৰতীয়…

  • Current
  • August 14, 2025
  • 46 views
  • 1 minute Read
24वीं बटालियन सशस्त्र सीमा बल की तिरंगा यात्रा बनी देशभक्ति और एकता का संदेशवाहक

24वीं बटालियन सशस्त्र सीमा बल की तिरंगा यात्रा बनी देशभक्ति और एकता का संदेशवाहक   (रंगिया दिनांक 14.08.2025)   24वीं बटालियन सशस्त्र सीमा बल, रंगिया के प्रेरणादायक एवं सशक्त नेतृत्व…

গুৱাহাটীত প্ৰতিষ্ঠা হ’ব Indian Institute of Management (IIM)

গুৱাহাটীত প্ৰতিষ্ঠা হ’ব Indian Institute of Management (IIM)   গুৱাহাটী, ১৪ আগষ্টঃ অসমৰ শিক্ষা ক্ষেত্ৰৰ বাবে এক গৌৰৱৰ খবৰ। গুৱাহাটী শহৰত প্ৰতিষ্ঠা হ’ব Indian Institute of Management (IIM)। IIM প্ৰতিষ্ঠাৰ…

১৪ আগষ্ট: ভাৰতীয় ইতিহাসত বিশেষ অৰ্থবহ দিন

১৪ আগষ্ট: ভাৰতীয় ইতিহাসত বিশেষ অৰ্থবহ দিন   ১৪ আগষ্ট দিনটো ভাৰতৰ বাবে নিজৰ উৎসৱৰ দিন নহ’লেও, উপমহাদেশৰ ইতিহাসত ইয়াৰ বিশেষ স্থান আছে। ১৯৪৭ চনৰ এই দিনটোত পাকিস্তানৰ স্বাধীনতা দিবস…