Latest Story
মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদলতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।Nokia Infinity 5G Smartphone Launched: Massive 200MP Camera & 6500mAh Battery!অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্কঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰাপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসীমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনাPak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourse

Today Update

Main Story

  • Current
  • August 19, 2025
  • 13 views
  • 1 minute Read
অসমত ৪০ লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ অধীনত সুৰক্ষা

অসমত ৪০ লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ অধীনত সুৰক্ষা   গুৱাহাটী: অসম চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এক বৃহৎ জনকল্যাণমূলক সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে…

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সেৱা আৰু আন্তঃগাঁথনিৰ দিশত উল্লেখযোগ্য সফলতা অৰ্জন

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সেৱা আৰু আন্তঃগাঁথনিৰ দিশত উল্লেখযোগ্য সফলতা অৰ্জন মালিগাঁও, ১৮ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্ৰীৰ সা-সুবিধা আৰু পৰিচালন দক্ষতা বৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। টিকট…

বিটিআৰত বিজেপিৰ গণিত দেখুৱালে ৰঞ্জিত দাস

বিটিআৰত বিজেপিৰ গণিত দেখুৱালে ৰঞ্জিত দাস   বড়োলেণ্ডৰ ৰাজনৈতিক সমীকৰণৰ মাজত বিজেপিৰ শক্তি বৃদ্ধিৰ কথা প্ৰকাশ কৰিলে দলটোৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰঞ্জিত দাসে। উদালগুৰিত আয়োজিত এটা দলীয় সম্বোধনত সভাত…

হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক প্ৰশ্নবাণ   বড়োলেণ্ড ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ প্ৰতিধ্বনি তুলিলে প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিটিএফ (BPF) প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ওদালগুৰি জিলাত আয়োজিত এক সভাত সাংবাদিকক সম্বোধনত তেওঁ কটাক্ষ…

Samsung Galaxy Fire 2025: A Beast is Born! 🔥

Samsung Galaxy Fire 2025: A Beast is Born! 🔥   Brace yourself, tech lovers! 🚀 The Samsung Galaxy Fire 2025 has officially landed, and it’s not just another smartphone—it’s a…

বিটিআৰ (BTR)ত আকৌ বন্দুক ওলাব পাৰে। ইয়াৰ মূল কাৰণ হ’ব মানুহৰ খং আৰু ক্ষোভ।”

বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য   উদালগুৰিত আয়োজিত বিজেপিৰ বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে—   👉 “বিটিআৰ (BTR)ত আকৌ বন্দুক…

  • Current
  • August 18, 2025
  • 13 views
  • 1 minute Read
বিদেশী চিনাক্তকৰণ, এন.আৰ.চি. উন্নীতকৰণ আৰু সাংবিধানিক ৰক্ষাকৱচৰ দাবীত দীঘলীপুখুৰীৰ পাৰত আছুৰ অৱস্থান ধৰ্মঘট ।

বিদেশী চিনাক্তকৰণ, এন.আৰ.চি. উন্নীতকৰণ আৰু সাংবিধানিক ৰক্ষাকৱচৰ দাবীত দীঘলীপুখুৰীৰ পাৰত আছুৰ অৱস্থান ধৰ্মঘট ।     অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো…

GMCHৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

GMCHৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ   গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ত সংঘটিত সদ্যস্হিত ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিছে।   সূত্র অনুসৰি, মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী,…

গৌৰৱ গগৈক লক্ষ্য কৰি প্ৰমোদ বড়ো— “কমিছন কালচাৰ বি.পি.এফৰ শাসনত আছিল, এতিয়া শেষ হৈছে”

  গৌৰৱ গগৈক লক্ষ্য কৰি প্ৰমোদ বড়ো— “কমিছন কালচাৰ বি.পি.এফৰ শাসনত আছিল, এতিয়া শেষ হৈছে”   তামুলপুৰ জিলাত আয়োজিত এটা ৰাজনৈতিক যোগদান অনুষ্ঠানত বিটিচি (BTC) প্ৰধান প্ৰমোদ বড়োৱে কংগ্ৰেছ সাংসদ…

হাগ্ৰামাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৱে

হাগ্ৰামাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৱে   বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া জনাই কটাক্ষ কৰে।   প্ৰমোদ বড়োৱে স্পষ্টভাৱে কয়— “ৰাজনীতি কৰাৰ স্বাৰ্থত…