Latest Story
তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহবাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈTwo Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling DetailsBobby Deol & Cast Praise Aryan Khan’s Netflix Debut The Ba*ds of BollywoodFED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTHSamsung Launches Galaxy A36 5G: A Future-Ready Powerhouse

Today Update

Main Story

  • Current
  • August 28, 2025
  • 10 views
  • 1 minute Read
অভিষেক কাণ্ডৰ ক্ষীপ্ৰ তদন্ত আৰু দোষীক কৰায়ত্তৰ দাবীত তামুলপুৰ জিলা আযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰঃ 

অভিষেক কাণ্ডৰ ক্ষীপ্ৰ তদন্ত আৰু দোষীক কৰায়ত্তৰ দাবীত তামুলপুৰ জিলা আযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰঃ    তামুলপুৰ,২৮ আগষ্টঃ   অভিষেক কাণ্ডৰ ক্ষীপ্ৰ তদন্ত…

  • Current
  • August 28, 2025
  • 13 views
  • 1 minute Read
তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিবস পালন। জনজাতি কৰণ আৰু কমতাপুৰ ৰাজ্য পুণৰ গঠন দাবী আক্ৰাছুৰ । 

তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিবস পালন। জনজাতি কৰণ আৰু কমতাপুৰ ৰাজ্য পুণৰ গঠন দাবী আক্ৰাছুৰ ।      তামুলপুৰ ২৮ আগষ্ট।   তামুলপুৰত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তামুলপুৰ আঞ্চলিক…

তামুলপুৰত বিপিএফৰ আশীৰ্বাদ যাত্ৰা —  আমি ২১ খন আসনত জয়ী হৈ চৰকাৰ গঠন কৰিম — হাগ্ৰামা মহিলাৰী

তামুলপুৰত বিপিএফৰ আশীৰ্বাদ যাত্ৰা —  আমি ২১ খন আসনত জয়ী হৈ চৰকাৰ গঠন কৰিম — হাগ্ৰামা মহিলাৰী। তামুলপুৰ , ২৮ আগষ্ট   অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব লগা বিটিচিৰ পৰিষদীয়…

  • Current
  • August 27, 2025
  • 12 views
  • 1 minute Read
24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध लकड़ी के साथ एक व्यक्ति को किया गिरफ्तार

*24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध लकड़ी के साथ एक व्यक्ति को किया गिरफ्तार*   (कुमारीकाटा, दिनांक-27.08.2025):     24वीं बटालियन एसएसबी, रंगिया के मार्गदर्शन में ‘जी’ समवाय…

  • Current
  • August 27, 2025
  • 10 views
  • 1 minute Read
বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ-প্ৰচাৰণা দিন দিন তীব্ৰ গতি লাভ কৰিছে

বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ-প্ৰচাৰণা দিন দিন তীব্ৰ গতি লাভ কৰিছে। এতিয়াও বিটিআৰৰ পূৰ্বতন মুখ্যমন্ত্ৰী হাগ্ৰামা মহিলাৰীয়ে অঞ্চলটোত পুনৰ স্থান দখল কৰিবলৈ হেলিকপ্টাৰেৰে ভ্ৰমণ কৰি প্রচাৰ অভিযান আৰম্ভ কৰিছে। লগতে…

  • Current
  • August 27, 2025
  • 11 views
  • 1 minute Read
তামুলপুৰ জিলাৰ কচুকাটা গাঁওৰ অভিষেক দাসৰ রহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোৰ পরিবেশ দিন দিন তীব্ৰ হৈ পৰিছে।

তামুলপুৰ জিলাৰ কচুকাটা গাঁওৰ অভিষেক দাসৰ রহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোৰ পরিবেশ দিন দিন তীব্ৰ হৈ পৰিছে। আজিৰ দিনত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই মাননীয় মুখ্যমন্ত্ৰীৰ নামত জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে…

N.F. Railway Makes Significant Advancements in Healthcare Services and Infrastructure

N.F. Railway Makes Significant Advancements in Healthcare Services and Infrastructure Maligaon, 26th August, 2025: The Northeast Frontier Railway (NFR) has taken major steps to upgrade healthcare facilities across its network…

  • Current
  • August 26, 2025
  • 11 views
  • 1 minute Read
UPPL দলত মোক্ষম আঘাত, মুজিব আলী আহমেদৰ পদত্যাগ

UPPL দলত মোক্ষম আঘাত, মুজিব আলী আহমেদৰ পদত্যাগ   তামুলপুৰঃ UPPL দলত আজি এক গুৰুত্বপূৰ্ণ ধাক্কা পৰিছে। CWC নেতা তথা গোৰেশ্বৰ LAC Co-ordinator মুজিব আলী আহমেদে দলৰ সাধাৰণ সদস্য পদৰ…

বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

  • Crime
  • August 26, 2025
  • 12 views
  • 1 minute Read
তামুলপুৰত বিজেপি নেতাৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰৰ অভিযোগ

তামুলপুৰত বিজেপি নেতাৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰৰ অভিযোগ। জিলা বিজেপিৰ সাধাৰণ সম্পাদক ভজন দাসৰ ফটো এডিটিং কৰি এটা ব্যক্তিগত চেনেলে প্ৰচাৰ কৰি জন সমাজত হেয় প্ৰতিপন্ন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে…