Latest Story
চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥জটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷বিৰোধী দলপতি জননেতা শ্ৰী ৰাহুল গান্ধীজীৰ জন্মদিনত আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন! 🎉তামুলপুৰৰ শুকানজুলিত বিস্ফোৰক উদ্ধাৰ*

Main Story

  • Current
  • June 8, 2025
  • 8 views
  • 1 minute Read
তামুলপুৰত শিশু উদ্ধাৰ*

*তামুলপুৰত শিশু উদ্ধাৰ*   *তামুলপুৰ, ৮ জুন, ২০২৫* : যোৱা ১৮ এপ্ৰিলৰ দিনা এটি পৰিত্যক্ত কন্যা শিশু গোৰেশ্বৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ‌ই তামুলপুৰ জিলাৰ জিলা শিশু সুৰক্ষা কেন্দ্ৰত গতাই দিয়ে। শিশুটিক বৰ্তমান…

  • Current
  • June 6, 2025
  • 10 views
  • 1 minute Read
বড়োলেণ্ডত নতুনকৈ ৮১খন গাঁও অন্তৰ্ভুক্তকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত, বিশ্বনাথ জিলাৰ ৫৩ খন গাঁও BTRত

বড়োলেণ্ডত নতুনকৈ ৮১খন গাঁও অন্তৰ্ভুক্তকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত, বিশ্বনাথ জিলাৰ ৫৩ খন গাঁও BTRত   গুৱাহাটী: বড়োলেণ্ড টেৰিটোৰিয়েল ৰিজিয়নৰ (BTR) বিস্তাৰক লৈ বড়ো চুক্তি ২০২০ অনুসৰি, ৰাজ্য চৰকাৰে ৮১খন গাঁও নতুনকৈ…

  • Current
  • June 6, 2025
  • 11 views
  • 1 minute Read
ওদালগুৰিত বিটিচিৰ ৰাজহ বিভাগৰ উচ্ছেদ জাননীক লৈ তীব্ৰ বিৰোধিতা, বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া

ওদালগুৰিত বিটিচিৰ ৰাজহ বিভাগৰ উচ্ছেদ জাননীক লৈ তীব্ৰ বিৰোধিতা, বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া   ওদালগুৰি: বিটিচি (বডোলেণ্ড টেৰিটোৰিয়েল কাউন্সিল)ৰ ৰাজহ বিভাগৰ এক উচ্ছেদ অভিযানৰ জাননীয়ে সমগ্ৰ ওদালগুৰি জেলাখনতে তীব্ৰ আলোড়ন সৃষ্টি…

The Tricolour Now Flies Over the World’s Highest Railway Bridge – Chenab Rail Bridge 🇮🇳

🇮🇳 The Tricolour Now Flies Over the World’s Highest Railway Bridge – Chenab Rail Bridge 🇮🇳 Jammu & Kashmir: In a proud and historic moment, the Indian national flag was…

  • Current
  • June 6, 2025
  • 10 views
  • 1 minute Read
নলবাৰীত অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন: বৰক্ষেত্ৰীৰ ৪৫২ বিঘা চৰকাৰী ভূমি উচ্ছেদৰ প্ৰস্তুতি

নলবাৰীত অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন: বৰক্ষেত্ৰীৰ ৪৫২ বিঘা চৰকাৰী ভূমি উচ্ছেদৰ প্ৰস্তুতি   নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অবৈধ দখলদাৰসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। চৰকাৰী ভূমি পুনৰুদ্ধাৰৰ লক্ষ্য লৈ…

  • Current
  • June 6, 2025
  • 7 views
  • 1 minute Read
বন্যার জলমগ্ন বড়খলা: তাপাং-চাতলা পরিদর্শনে প্রাক্তন বিধায়ক কিশোর নাথ, ক্ষতিগ্রস্তদের পাশে থাকার আশ্বাস

বন্যার জলমগ্ন বড়খলা: তাপাং-চাতলা পরিদর্শনে প্রাক্তন বিধায়ক কিশোর নাথ, ক্ষতিগ্রস্তদের পাশে থাকার আশ্বাস   যদিও নদীর জলস্তর কিছুটা হ্রাস পেয়েছে, তবে কাছাড় জেলার বহু এলাকা এখনো রয়েছে সম্পূর্ণ জলমগ্ন। বাড়িঘর,…

  • Current
  • June 6, 2025
  • 10 views
  • 1 minute Read
বানপানীৰ মাজতো আশাৰ পোহৰ: সাহায্য শিবিৰত সমাজ সচেতনতাৰ এক অনন্য পদক্ষেপ

বানপানীৰ মাজতো আশাৰ পোহৰ: সাহায্য শিবিৰত সমাজ সচেতনতাৰ এক অনন্য পদক্ষেপ   কাছাৰ জিলাৰ বিস্তীর্ণ অঞ্চল বৰ্তমান ভয়ংকৰ বানপানীৰ কবলত। চাৰিওফালে পানী বৈ আছে, বহু অঞ্চল সম্পূৰ্ণভাবে বিচ্ছিন্ন হৈ পৰিছে।…

  • Current
  • June 6, 2025
  • 15 views
  • 1 minute Read
বিদ্যুৎ বিভাগের গাফিলতিতে বাবা ও তিন বছরের ছেলের মর্মান্তিক মৃত্যু

বিদ্যুৎ বিভাগের গাফিলতিতে বাবা ও তিন বছরের ছেলের মর্মান্তিক মৃত্যু   শিলকুড়ি, ৬ জুন ২০২৫ : বিদ্যুৎ বিভাগের চরম গাফিলতির কারণে গতকাল শিলকুড়ি ধরমখাল এলাকায় এক হৃদয়বিদারক ঘটনায় বাবা ও…

  • Current
  • June 6, 2025
  • 11 views
  • 1 minute Read
শিলচরের চানমারিতে ভয়াবহ অগ্নিকাণ্ড, নিঃস্ব ৫টি পরিবার

শিলচরের চানমারিতে ভয়াবহ অগ্নিকাণ্ড, নিঃস্ব ৫টি পরিবার   গতকাল রাতের গভীর নিস্তব্ধতা ভেঙে চাঞ্চল্য ছড়ায় শিলচরের চানমারি এলাকায়, যেখানে একটি ভয়াবহ অগ্নিকাণ্ডে পুড়ে ছাই হয়ে যায় একের পর এক বাড়ি।…

মুখ্যমন্ত্ৰীৰ বাহনৰ পৰা বিধায়ক বিজয় মালাকাৰক নমাই দিলে! অনাকাংক্ষিত পৰিস্থিতিত বিধায়ক বিজয় মালাকাৰ

মুখ্যমন্ত্ৰীৰ বাহনৰ পৰা বিধায়ক বিজয় মালাকাৰক নমাই দিলে! অনাকাংক্ষিত পৰিস্থিতিত বিধায়ক বিজয় মালাকাৰ অসমৰ ৰাজনৈতিক পৰিৱেশত আকৌ এবাৰ সৃষ্টি হ’ল বিতৰ্ক—এইবাৰ সন্মানৰ কেন্দ্ৰবিন্দুত মুখ্যমন্ত্ৰী আৰু তেওঁৰ বাহন। সদ্য হোৱা ঘটনাৰ…