Latest Story
हरंग नदी का ऊपर टूटे गए पुल को लेकर लोगों को परेशानी का सामना करना ना पड़े इसलिए उतर गया सेना।তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভাগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠানতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

Main Story

  • Current
  • December 26, 2024
  • 28 views
  • 1 minute Read
উজনি অসমত তৎপৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই । পুনৰ নতুন ৰাজনৈতিক দল গঠনৰ তৎপৰতা ।

উজনি অসমত তৎপৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই । পুনৰ নতুন ৰাজনৈতিক দল গঠনৰ তৎপৰতা । উজনি অসমত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিশিষ্ট বিজেপি নেতা ৰাজেন গোহাঁই পুনৰ ৰাজনৈতিক তৎপৰতাত…

  • Current
  • December 25, 2024
  • 67 views
  • 1 minute Read
নলবাৰীত খেল মহাৰণ ২.০ৰ শুভাৰম্ভ: ১৫০০তকৈ অধিক খেলুৱৈৰ অংশগ্ৰহণ, উদ্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

নলবাৰীত খেল মহাৰণ ২.০ৰ শুভাৰম্ভ: ১৫০০তকৈ অধিক খেলুৱৈৰ অংশগ্ৰহণ, উদ্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ   নলবাৰীত এক উদ্দীপনাপূর্ণ পৰিৱেশত অনুষ্ঠিত হ’ল খেল মহাৰণ ২.০ৰ কাৰ্যসূচী। এই খেল উৎসৱৰ শুভাৰম্ভ কৰে অসমৰ…

  • Current
  • December 25, 2024
  • 22 views
  • 1 minute Read
মহানগৰীৰ প্ৰান্তে প্ৰান্তে মুকলি অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা: আৰক্ষী-প্ৰশাসনৰ নীৰৱতা, কাৰ আশীৰ্বাদত চলিছে এই বেহা?

মহানগৰীৰ প্ৰান্তে প্ৰান্তে মুকলি অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা: আৰক্ষী-প্ৰশাসনৰ নীৰৱতা, কাৰ আশীৰ্বাদত চলিছে এই বেহা?   মহানগৰীৰ প্ৰত্যেক প্ৰান্তে অবৈধ তীৰ খেলৰ অন্ধকাৰ বেহাই এতিয়া এক গভীৰ চিন্তাৰ বিষয়…

২৬ত ৰাজনীতিৰ পৰা অৱসৰ লৈ ল’ব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন: বিজেপিক দিছে বিশেষ প্ৰত্যাহ্বান

‘২৬ত ৰাজনীতিৰ পৰা অৱসৰ লৈ ল’ব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন: বিজেপিক দিছে বিশেষ প্ৰত্যাহ্বান   ২০২৬ চনত ৰাজনীতিৰ পৰা অৱসৰ ল’ব ধুবুৰীৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে। এই…

স্তব্ধ UPPL-BPFৰ মিত্ৰতাকেন্দ্ৰিক আলোচনা: কিয় স্থৱিৰ হ’ল সমগ্ৰ প্ৰক্ৰিয়া?

স্তব্ধ UPPL-BPFৰ মিত্ৰতাকেন্দ্ৰিক আলোচনা: কিয় স্থৱিৰ হ’ল সমগ্ৰ প্ৰক্ৰিয়া?   বডোলেণ্ড প্ৰাদেশিক পৰিষদ (BTC)-ৰ ৰাজনীতিৰ ক্ষেত্ৰত UPPL (United People’s Party Liberal) আৰু BPF (Bodoland People’s Front)-ৰ মিত্ৰতাৰ আলোচনা সকলোৰে দৃষ্টি…

  • Current
  • December 25, 2024
  • 52 views
  • 1 minute Read
গুৱাহাটীত ভাৰাতীয়াৰ ৰূপত আলফা স্বাধীনৰ কেডাৰ, গুৱাহাটীৰ ৪ স্থানত সংস্থাপন কৰিছিল বোমা

গুৱাহাটীত ভাৰাতীয়াৰ ৰূপত আলফা স্বাধীনৰ কেডাৰ, গুৱাহাটীৰ ৪ স্থানত সংস্থাপন কৰিছিল বোমা   গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। আলফা স্বাধীনৰ এগৰাকী কেডাৰে ভাৰাতীয়াৰ ৰূপত গুৱাহাটীত ৪টা স্থানত বোমা…

  • Crime
  • December 25, 2024
  • 43 views
  • 1 minute Read
ৰাজ্যত জেহাদীৰ বিৰুদ্ধে STFএ অব্যাহত ৰাখিছে অভিযান, বাংলাদেশ আৰু পাকিস্তানৰ সৈতে জেহাদীৰ সম্পৰ্ক থকা বুলি মন্তব্য SDGP হৰমীত সিঙৰ

ৰাজ্যত জেহাদীৰ বিৰুদ্ধে STFএ অব্যাহত ৰাখিছে অভিযান, বাংলাদেশ আৰু পাকিস্তানৰ সৈতে জেহাদীৰ সম্পৰ্ক থকা বুলি মন্তব্য SDGP হৰমীত সিঙৰ   অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহী দল (STF)এ ৰাজ্যৰ বিভিন্ন ঠাইত জেহাদীৰ…

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেলপথৰ ওপৰত অননুমোদিত অনধিকাৰ প্ৰৱেশ প্ৰতিহত কৰাৰ পদক্ষেপ 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেলপথৰ ওপৰত অননুমোদিত অনধিকাৰ প্ৰৱেশ প্ৰতিহত কৰাৰ পদক্ষেপ    মালিগাওঁ, ২৫ ডিচেম্বৰ, ২০২৪:   উত্তৰ পূব সীমান্ত ৰেলৱেই ৰে’লপথত অননুমোদিত অনধিকাৰ প্ৰৱেশ থকা স্থানসমূহ বেৰিকেডিং…

সম্ভলৰ চন্দাউছি অঞ্চলত আৱিষ্কৃত বয়সীয়াল বাওৰি: পৰিদৰ্শন কৰে এ এছ আইৰ দলে

সম্ভলৰ চন্দাউছি অঞ্চলত আৱিষ্কৃত বয়সীয়াল বাওৰি: পৰিদৰ্শন কৰে এ এছ আইৰ দলে উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ চন্দাউছি অঞ্চলত এক গুৰুত্বপূর্ণ সন্ধানৰ খবৰ পোৱা গৈছে। অঞ্চলটোৰ জমিত খননৰ সময়ত আৱিষ্কৃত হৈছে…

বিহাৰৰ পুৰুষ শিক্ষক গৰ্ভৱতী? শিক্ষা বিভাগৰ পৰ্টেলত প্ৰসূতিকালীন ছুটী দেখি সকলো আচৰিত!

বিহাৰৰ পুৰুষ শিক্ষক গৰ্ভৱতী? শিক্ষা বিভাগৰ পৰ্টেলত প্ৰসূতিকালীন ছুটী দেখি সকলো আচৰিত! বিহাৰৰ শিক্ষা বিভাগৰ এটা আশ্চৰ্যজনক ঘটনা সম্প্রতি ভাইৰাল হৈছে। শিক্ষা বিভাগৰ পৰ্টেলত দেখা গৈছে যে এজন পুৰুষ শিক্ষকক…