Latest Story
গোৱাহাটীৰ পৰা আৰম্ভ কৰি গাওঁ গাওঁত ইউপিপিএল প্ৰাৰ্থী বিপুল কুমাৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতি লাভ কৰিছে।Sonapur Dacoity Case Cracked: 5 Arrested, Looted Items Recoveredকাছাৰ কাটিগড়াত বানৰ আশংকা, প্ৰশাসনৰ তৎপরতাচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধকলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ নহ’ল, ক্ষোভ দৰ্শক-আয়োজকৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने पैंगोलिन शल्क (चमड़ी) के साथ 01 व्यक्ति को किया गिरफ्तार Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

Main Story

বিজেপিৰ তামুলপুৰত বিশাল পদযাত্ৰাৰ মাজেৰে মনোনয়ন দাখিল

বিজেপিৰ তামুলপুৰত বিশাল পদযাত্ৰাৰ মাজেৰে মনোনয়ন দাখিল   তামুলপুৰ, ২ ছেপ্টেম্বৰঃ বিজেপি দলৰ পক্ষৰ পৰা আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত একে দিনতে তিনিটা পৰিষদীয় সমষ্টিৰ মনোনয়ন দাখিল কৰা হয়।  …

তামুলপুৰত বিটিচি নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ সফল সমাপ্তি* _মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়নপত্ৰ_

*তামুলপুৰত বিটিচি নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ সফল সমাপ্তি* _মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়নপত্ৰ_     তামুলপুৰ, ২ ছেপ্টেম্বৰ, ২০২৫* :   বিটিচি নিৰ্বাচন, ২০২৫-ৰ বাবে আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনা…

তামুলপুৰৰ কালানদীৰ পানীয়ে উটোৱাই নিলে এইগৰাকী লোক। 

তামুলপুৰৰ কালানদীৰ পানীয়ে উটোৱাই নিলে এইগৰাকী লোক।    তামুলপুৰ ৩১ আগষ্ট।।   ভূটান পাহাৰৰ পৰা বৈ অহা কালানদীৰ পানীয়ে উটোৱাই নিলে এগৰাকী লোকক। জানিব পৰা মতে নৈ পাৰ হব ধৰোঁতে…

  • Current
  • August 31, 2025
  • 10 views
  • 1 minute Read
কুমাৰীকাটাৰ বিনোৱাপুৰত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ হিন্দু বাঙালীৰ।

কুমাৰীকাটাৰ বিনোৱাপুৰত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ হিন্দু বাঙালীৰ।   তামুলপুৰঃ ৩১ আগষ্ট:–   হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত আজি কুমাৰীকাটাৰ বিনোৱাপুৰত সদৌ বিটিআৰ…

  • Current
  • August 31, 2025
  • 10 views
  • 1 minute Read
राष्ट्रीय खेल दिवस के अवसर पर 24वीं बटालियन एसएसबी, रंगिया द्वारा प्रेरणादायक साइकिल रैली का आयोजन

राष्ट्रीय खेल दिवस के अवसर पर 24वीं बटालियन एसएसबी, रंगिया द्वारा प्रेरणादायक साइकिल रैली का आयोजन   *रंगिया, 31 अगस्त 2025*   राष्ट्रीय खेल दिवस के उपलक्ष्य में आज 24वीं…

কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

  • Current
  • August 30, 2025
  • 11 views
  • 1 minute Read
অভিষেক হত্যাৰ ১০ দিন-দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল

অভিষেক হত্যাৰ ১০ দিন-দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল   ৰমেন দাস,তামুলপুৰ,৩০ আগষ্ট- যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ ভড়ালী চ’কত এটা পথ…

  • Current
  • August 30, 2025
  • 13 views
  • 1 minute Read
তামুলপুৰৰ গান্ধীবাৰীত ব্লক যুৱ ইউপিপিএলৰ যোগদান কাৰ্যসূচী।

তামুলপুৰৰ গান্ধীবাৰীত ব্লক যুৱ ইউপিপিএলৰ যোগদান কাৰ্যসূচী।   তামুলপুৰ জিলাৰ অন্তৰ্গত ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গান্ধীবাৰী আৰু নিজ ডেফেলীত গয়বাৰী ব্লক যুৱ ইউপিপিএলৰ উদ্যোগত আজি এক যোগদান কাৰ্য্যসূচী…

  • Current
  • August 30, 2025
  • 9 views
  • 1 minute Read
নাগ্ৰীজুলিৰ পৰা ছাত্ৰ নিৰুদ্দেশ।

নাগ্ৰীজুলিৰ পৰা ছাত্ৰ নিৰুদ্দেশ।     ৩০ আগষ্ট-   তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ হৰিণচ’ৰা গাঁওৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰ যোৱা ২৭ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ…

  • Current
  • August 30, 2025
  • 10 views
  • 1 minute Read
নাগ্ৰীজুলি আৰক্ষীৰ তৎপৰতাত নিৰুদ্দিষ্ট মহিলা আৰু চাৰি মহীয়া শিশু উদ্ধাৰ। এজনক গ্ৰেপ্তাৰ। 

নাগ্ৰীজুলি আৰক্ষীৰ তৎপৰতাত নিৰুদ্দিষ্ট মহিলা আৰু চাৰি মহীয়া শিশু উদ্ধাৰ। এজনক গ্ৰেপ্তাৰ।    ৩০ আগষ্ট-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত গয়বাৰীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী মহিলাক নাগ্ৰীজুলি আৰক্ষীয়ে…