Latest Story
সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপনগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈবিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध आरा मशीन, जनरेटर सेट व लकड़ी के साथ 02 व्यक्तियों को किया गिरफ्तार নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যুচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

Today Update

Main Story

TAMULPUR TRIBAL SANGHA PROTEST AGAINST GOVERNMENT DECISION

TAMULPUR TRIBAL SANGHA PROTEST AGAINST GOVERNMENT DECISION   Tamulpur: In response to a call by the All Assam Tribal Sangha’s central committee, the Tamulpur District Tribal Sangha staged a strong…

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কৌশলগত উন্নীতকৰণৰ দ্বাৰা নিউ জলপাইগুড়ী ষ্টেচনত পৰিচালনগত দক্ষতা লাভ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কৌশলগত উন্নীতকৰণৰ দ্বাৰা নিউ জলপাইগুড়ী ষ্টেচনত পৰিচালনগত দক্ষতা লাভ মালিগাঁও, ২০ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেই অলপতে নিউ জলপাইগুড়ী ট্ৰিপ শ্বেড ছাইডিং সফলতাৰে কমিছনিং কৰিছে, যিয়ে অঞ্চলটোৰ…

  • Current
  • August 20, 2025
  • 12 views
  • 1 minute Read
তামুলপুৰ জিলাৰ গুৱাবাৰীত ৩৪ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন

তামুলপুৰ জিলাৰ গুৱাবাৰীত ৩৪ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন   তামুলপুৰ জিলাৰ ভূটান সীমান্তত অৱস্থিত গুৱাবাৰীত আজি দিনযোৰা কাৰ্যসূচীৰে ৩৪ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটোৰ…

  • English
  • August 20, 2025
  • 14 views
  • 1 minute Read
Air Marshal Nagesh Kapoor Credits Team Effort for Sarvottam Medal by President Murmu

Air Marshal Nagesh Kapoor Credits Team Effort for Sarvottam Medal by President Murmu   New Delhi: Air Marshal Nagesh Kapoor has expressed gratitude after being conferred with the prestigious Sarvottam…

  • Current
  • August 20, 2025
  • 14 views
  • 1 minute Read
ভঙাগড়ত নাৰ্ছৰ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙ আটক

ভঙাগড়ত নাৰ্ছৰ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙ আটক   ভঙাগড়, বুধবাৰ: ভঙাগড় আৰক্ষীয়ে নাৰ্ছৰ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙক আটক কৰিছে। সূত্র মতে, সদ্যপ্রসৱ শিশুৰ যত্ন লোৱা NICU (Neonatal Intensive Care Unit) বিভাগত কাম…

প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ বৈঠক

প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ বৈঠক   নতুন দিল্লী, মঙলবাৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত ভাৰত–চীন…

  • Current
  • August 19, 2025
  • 11 views
  • 1 minute Read
ঘোষিত হ’ল গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তালিকা

ঘোষিত হ’ল গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তালিকা   আসন্ন পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত গণ সুৰক্ষা পাৰ্টীয়ে নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৱে একাধিক সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগতে জনসমৰ্থনৰ বাবে…

কোকৰাঝাৰত বিজেপিৰ বিজয় সংকল্প যাত্ৰা: মুখ্যমন্ত্ৰীৰ উপস্থিতিত জনসভা

কোকৰাঝাৰত বিজেপিৰ বিজয় সংকল্প যাত্ৰা: মুখ্যমন্ত্ৰীৰ উপস্থিতিত জনসভা   পৰিষদীয় নিৰ্বাচন সমীপবর্তী হোৱাৰ লগে লগেই কোকৰাঝাৰত বিজেপিয়ে আয়োজন কৰিছে বিজয় সংকল্প যাত্ৰা। এই যাত্ৰাৰ অংশ ৰূপে কচুগাঁৱত অনুষ্ঠিত এক বৃহৎ…

  • Current
  • August 19, 2025
  • 16 views
  • 1 minute Read
মুখ্যমন্ত্ৰীৰ ভবিষ্যদ্বাণী: ২০ বছৰৰ পাছত অচিনাকি লোকে ল’ব ৰাজ্য শাসনৰ বাঘজৰী!

মুখ্যমন্ত্ৰীৰ ভবিষ্যদ্বাণী: ২০ বছৰৰ পাছত অচিনাকি লোকে ল’ব ৰাজ্য শাসনৰ বাঘজৰী!   ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা এক বক্তব্যেৰে গৰম হৈছে দিছপুৰৰ ৰাজনীতি। তেওঁ স্পষ্টকৈ কয়— “২০…

  • Current
  • August 19, 2025
  • 14 views
  • 1 minute Read
BTC নিৰ্বাচন পূৰ্বে ১১ বছৰৰ হত্যাকাণ্ডে তোলপাৰ বড়োভূমি ৰাজনীতি

BTC নিৰ্বাচন পূৰ্বে ১১ বছৰৰ হত্যাকাণ্ডে তোলপাৰ বড়োভূমি ৰাজনীতি   সমাগত BTC নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ উত্থাপিত হৈছে ১১ বছৰ পূৰ্বে সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ প্ৰসংগ। প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডক লৈ পুনৰ…