Latest Story
তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভাগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠানতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨

Main Story

  • Current
  • December 27, 2024
  • 30 views
  • 1 minute Read
প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ ২৬ ডিচেম্বৰ ২০২৪ তাৰিখে দিল্লীৰ এইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ ২৬ ডিচেম্বৰ ২০২৪ তাৰিখে দিল্লীৰ এইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ   প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ ২৬ ডিচেম্বৰ ২০২৪ তাৰিখে দিল্লীৰ এইমছ হাস্পতালত শেষ নিশ্বাস…

  • Current
  • December 26, 2024
  • 15 views
  • 1 minute Read
অসুস্থ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং দিল্লীৰ AIIMSত ভৰ্তি

অসুস্থ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং দিল্লীৰ AIIMSত ভৰ্তি   প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিংক আজি দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেছ (AIIMS)ৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰা হৈছে। ৯২…

  • Current
  • December 26, 2024
  • 22 views
  • 1 minute Read
গোৰেশ্বৰত অৱসৰপ্ৰাপ্ত সৈনিক সন্থাৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

গোৰেশ্বৰত অৱসৰপ্ৰাপ্ত সৈনিক সন্থাৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন   গোৰেশ্বৰৰ কলাগুৰু বিষ্ণুৰাভা ভৱনত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন অনুষ্ঠান ।   বিভিন্ন খেল -ধেমালি প্ৰতিযোগিতা, চিত্ৰাংকণ,কুইজৰ লগতে নৃত্য গীতৰ সমাহাৰ…

বদৰুদ্দিন আজমলৰ তীব্ৰ কতাক্ষ অখিল গগৈক

অসমৰ ৰাজনৈতিক পৰিৱেশ এতিয়া উত্তাল, বিশেষকৈ বদৰুদ্দিন আজমল আৰু অখিল গগৈৰ মাজত চলা তীব্ৰ বাগযুদ্ধৰ বাবে। সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ এক সভাত, বদৰুদ্দিন আজমলে অখিল গগৈক কুকুৰ আৰু জানোৱাৰৰ…

অসম জাতীয় পৰিষদত খহনীয়া: পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে একেদিনাই বহু নেতাৰ দলত্যাগ

অসম জাতীয় পৰিষদত খহনীয়া: পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে একেদিনাই বহু নেতাৰ দলত্যাগ   পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম জাতীয় পৰিষদত (অজাপ) অভ্যন্তৰীণ সংকট তীব্ৰ ৰূপ লৈছে। দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও গুৰুত্বপূর্ণ নেতাই…

  • Current
  • December 26, 2024
  • 40 views
  • 1 minute Read
BTR চুক্তি ৰূপায়ণত লেহেমীয়া গতি: এবছু সভাপতিদ্বাৰা চৰকাৰৰ ওপৰত তীব্ৰ সমালোচনা

BTR চুক্তি ৰূপায়ণত লেহেমীয়া গতি: এবছু সভাপতিদ্বাৰা চৰকাৰৰ ওপৰত তীব্ৰ সমালোচনা বৰো টেৰিটৰিয়েল ৰিজিয়নৰ (BTR) চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰচণ্ড লেহেমীয়া গতি প্ৰত্যক্ষ কৰা গৈছে। বহু প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতিৰ পাছতো চুক্তিৰ…

ইণ্ডিয়া ব্লকত বিভাজনৰ আভাস: AAP-কংগ্ৰেছৰ মধ্যত উত্তেজনা বৃদ্ধি

ইণ্ডিয়া ব্লকত বিভাজনৰ আভাস: AAP-কংগ্ৰেছৰ মধ্যত উত্তেজনা বৃদ্ধি   ইণ্ডিয়া ব্লকত অন্তৰ্ভুক্ত ৰাজনৈতিক দলসমূহৰ মাজত মতবিৰোধে এতিয়া নতুন বিতৰ্কৰ জন্ম দিছে। কংগ্ৰেছ নেতৃত্বাধীন ঐক্যমঞ্চৰ ওপৰত বিজেপিৰ সৈতে আঁত ধৰা অভিযোগ…

পাকিস্তান আৰু তালিবানৰ মাজত সংঘাতৰ আশংকা বৃদ্ধি

পাকিস্তান আৰু তালিবানৰ মাজত সংঘাতৰ আশংকা বৃদ্ধি।   পাকিস্তান আৰু তালিবানৰ মাজত সংঘাতৰ উত্তেজনা বৰ্ধমান হৈছে। পাকিস্তানে সাম্প্ৰতিককালে আফগানিস্তান সীমান্তৰ কিছুমান অঞ্চলত বিমান আক্ৰমণ চলাইছে, যাৰ ফলত তালিবানৰ মধ্যত অসন্তোষ…

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জব মেলা আৰু লোণ মেলা।

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জব মেলা আৰু লোণ মেলা।   তামুলপুৰ জিলাত নিয়োগৰ সুযোগ সৃষ্টি কৰা, সৰ্বাঙ্গীন উন্নয়ন তথা আৰ্থিক সৱলীকৰণৰ বাবে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ…

তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ নতুন সমিতি গঠনঃ

তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ নতুন সমিতি গঠনঃ     তামুলপুৰ ২৬ ডিচেম্বৰঃ   তামুলপুৰ জিলাৰ সদৰস্থ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত বুধবাৰে অনুষ্ঠিত এক সভাত তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ নতুন সমিতিখন গঠন…