Latest Story
हरंग नदी का ऊपर टूटे गए पुल को लेकर लोगों को परेशानी का सामना करना ना पड़े इसलिए उतर गया सेना।তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভাগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠানতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

Main Story

  • Current
  • January 3, 2025
  • 14 views
  • 1 minute Read
তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক বিশ্ববিদ্যালয় স্থাপন হ’ব অসমত

তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক বিশ্ববিদ্যালয় স্থাপন হ’ব অসমত   অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ চনৰ আৰম্ভণিত তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক বিশ্ববিদ্যালয় স্থাপনৰ ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক এই উপহাৰৰ…

  • Current
  • January 3, 2025
  • 17 views
  • 1 minute Read
📌 ৩৬ জিলা সভাপতি নিযুক্তি বিজেপিৰ

📌 ৩৬ জিলা সভাপতি নিযুক্তি বিজেপিৰ   অসমত বিজেপিৰ শক্তি বৃদ্ধি আৰু সংগঠনৰ দৃঢ়তাক লৈ সংগঠনত আৰ্হি ৰূপ দিয়াৰ লক্ষ্যৰে বিজেপিয়ে ৩৬খন জিলাৰ নতুন সভাপতি নিযুক্তি কৰিছে। এই নিযুক্তি দলৰ…

অসম চৰকাৰে ২০২৫ চনৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে চৰকাৰী কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী মঞ্জুৰ

অসম চৰকাৰে ২০২৫ চনৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে চৰকাৰী কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী মঞ্জুৰ   অসম চৰকাৰে ২০২৫ চনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঠশালা, বজালীত অনুষ্ঠিত হ’বলগীয়া অসম…

আঁচনি ৰূপায়ণ কৰিব নোৱাৰা বিধায়কে নাপাব টিকট’ ‘বিধায়কে দখল কৰিব লাগিব নিজ সমষ্টিৰ পঞ্চায়ত’ ২০২৫ চনটো বিজেপি বিধায়কৰ বাবে হ’ব অগ্নিপৰীক্ষা

‘আঁচনি ৰূপায়ণ কৰিব নোৱাৰা বিধায়কে নাপাব টিকট’ ‘বিধায়কে দখল কৰিব লাগিব নিজ সমষ্টিৰ পঞ্চায়ত’ ২০২৫ চনটো বিজেপি বিধায়কৰ বাবে হ’ব অগ্নিপৰীক্ষা   ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে…

বহু বিতৰ্কৰ অন্তত মনু ভাকৰলৈ ‘মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা’, খেলৰত্নৰ তালিকাত আৰু ৩ গৰাকী ক্ৰীড়াবিদৰ নাম ঘোষণা

বহু বিতৰ্কৰ অন্তত মনু ভাকৰলৈ ‘মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা’, খেলৰত্নৰ তালিকাত আৰু ৩ গৰাকী ক্ৰীড়াবিদৰ নাম ঘোষণা   দেশৰ ক্ৰীড়া জগতত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেক বঁটা’মেজৰ ধ্যান চান্দ খেলৰত্ন’…

তামুলপুৰত দ্বিতীয় অনুসন্ধান – শিশু বিজ্ঞান সমাৰোহৰ সামৰণি ৷

তামুলপুৰত দ্বিতীয় অনুসন্ধান – শিশু বিজ্ঞান সমাৰোহৰ সামৰণি ৷   তামুলপুৰঃ২জানুৱাৰীঃ সমগ্র শিক্ষা অসমৰ পৃষ্ঠপোষকতাত অসমবিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ আহ্বানত ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত আজি তামুলপুৰ জিলা সদৰস্থ তামুলপুৰ…

  • Current
  • January 2, 2025
  • 69 views
  • 1 minute Read
নতুন আশা-প্ৰত্যাশাৰে ইংৰাজী নৱবৰ্ষত আৰম্ভ “মহাৰাজ বানানা বনভোজস্থলী’

নতুন আশা-প্ৰত্যাশাৰে ইংৰাজী নৱবৰ্ষত আৰম্ভ “মহাৰাজ বানানা বনভোজস্থলী”   গোৰেশ্বৰৰ ঢেকীপোটাত এইবাৰ ইংৰাজী নৱবৰ্ষ উপলক্ষে বনভোজকাৰীসকলৰ বাবে মুকলি কৰা হৈছে নতুন বনভোজস্থলী “মহাৰাজ বানানা বনভোজস্থলী”। এই বিশেষ স্থানটি বিশেষকৈ বনভোজপ্ৰেমীৰ…

  • Crime
  • January 2, 2025
  • 20 views
  • 1 minute Read
তামুলপুৰ আৰক্ষী থানাৰ গান্ধীবাৰী আৰক্ষী চকী অধীনৰ দ্বাৰকুছিত সংঘটিত হৈছে এই ঘটনা।

এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰি ৰঙা ঘৰৰ আলহি হ’ল এগৰাকী যুৱক।   তামুলপুৰ আৰক্ষী থানাৰ গান্ধীবাৰী আৰক্ষী চকী অধীনৰ দ্বাৰকুছিত সংঘটিত হৈছে এই ঘটনা। এগৰাকী বিশেষভাৱে সক্ষম যুৱকতীক…

ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভাৰত গৌৰৱ ৰেল কেইখনমান ৰেলৰ সময়সূচীত সংশোধন

ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভাৰত গৌৰৱ ৰেল কেইখনমান ৰেলৰ সময়সূচীত সংশোধন   মালিগাওঁ, ০১ জানুৱাৰী, ২০২৫:   উত্তৰ-পূব ভাৰতত পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰে’লৱেৰ তৰফৰ পৰা…

  • Current
  • January 2, 2025
  • 34 views
  • 1 minute Read
মহানগৰীৰ খাৰঘুলিত পুনৰ জলবিস্ফোৰণ: পানীৰ পাইপ ফুটি ভয়ংকৰ পৰিস্থিতি

মহানগৰীৰ খাৰঘুলিত পুনৰ জলবিস্ফোৰণ: পানীৰ পাইপ ফুটি ভয়ংকৰ পৰিস্থিতি   খাৰঘুলিৰ বাসিন্দাসকলৰ বাবে পুনৰ এক দুৰ্ঘটনাময় দিন। মহানগৰীৰ খাৰঘুলিত মুখ্য পানীৰ পাইপ ফুটি যোৱাৰ ফলত অঞ্চলটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।…