Latest Story
हरंग नदी का ऊपर टूटे गए पुल को लेकर लोगों को परेशानी का सामना करना ना पड़े इसलिए उतर गया सेना।তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভাগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠানতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

Main Story

  • Current
  • January 6, 2025
  • 17 views
  • 1 minute Read
মুম্বাইত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ন’ৱেল টাটা আৰু মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰ সৈতে সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুম্বাইত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ন’ৱেল টাটা আৰু মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰ সৈতে সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকৰ উদ্দেশ্য আছিল অসমৰ লগত বিনিয়োগ আৰু শিল্পক্ষেত্ৰৰ…

ভূটান চৰকাৰে মানৱ মেটানিউমোভাইৰাছ (HMPV)ৰ শেহতীয়া আপডেট প্ৰকাশ

ভূটান চৰকাৰে মানৱ মেটানিউমোভাইৰাছ (HMPV)ৰ শেহতীয়া আপডেট প্ৰকাশ   ভূটান চৰকাৰে মানৱ মেটানিউমোভাইৰাছ (Human Metapneumovirus – HMPV) সম্পৰ্কে শেহতীয়া তথ্য আৰু সতর্কবাণী জনসমক্ষে প্ৰকাশ কৰিছে। HMPV হৈছে এক শ্বাস-প্ৰশ্বাসৰ ভাইৰাছ,…

  • Current
  • January 5, 2025
  • 28 views
  • 1 minute Read
ৰাণা প্ৰতাপ নগৰ আৰু কামাখ্যাৰ মাজত ভাৰত গৌৰৱ ৰেল  

ৰাণা প্ৰতাপ নগৰ আৰু কামাখ্যাৰ মাজত ভাৰত গৌৰৱ ৰেল     মালিগাওঁ, ০৫ জানুৱাৰী, ২০২৫:   পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰেলৱেৰ পক্ষৰ পৰা ৰাণা প্ৰতাপ নগৰ আৰু কামাখ্যাৰ মাজত…

  • Current
  • January 5, 2025
  • 17 views
  • 1 minute Read
অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমৰ ৰাজধানী গুৱাহাটীত অনুষ্ঠিত হব এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ।

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমৰ ৰাজধানী গুৱাহাটীত অনুষ্ঠিত হব এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ। এই আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সমাৰোহই ৰাজ্যত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি আৰু অসমৰ অৰ্থনৈতিক পৰিসৰত নতুন দিশ উন্মোচন কৰিবলৈ…

দিল্লীৰ কলকাজী বিধানসভা আসনৰ পৰা বিজেপি প্ৰাৰ্থী ৰমেশ বিধুৰীয়ে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে।

দিল্লীৰ কলকাজী বিধানসভা আসনৰ পৰা বিজেপি প্ৰাৰ্থী ৰমেশ বিধুৰীয়ে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে। তেওঁৰ বক্তব্যক লৈ দুখ প্ৰকাশ কৰি কয় যে…

  • Current
  • January 5, 2025
  • 26 views
  • 1 minute Read
আজি চৰাই দিৱস উদযাপন: প্ৰকৃতি সংৰক্ষণ আৰু চৰাইৰ জগৎক সুৰক্ষিত কৰাৰ এক দৃঢ় সংকল্প

আজি চৰাই দিৱস উদযাপন: প্ৰকৃতি সংৰক্ষণ আৰু চৰাইৰ জগৎক সুৰক্ষিত কৰাৰ এক দৃঢ় সংকল্প   গুৱাহাটী, ৫ জানুৱাৰী, ২০২৫:   সৰ্বভাৰতীয় চৰাই দিৱস উপলক্ষে সমগ্ৰ দেশতে প্ৰকৃতি আৰু চৰাইৰ সংৰক্ষণৰ…

তামুলপুৰ জিলা এনপিএছ চৰকাৰী কৰ্মচাৰী সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি।

তামুলপুৰ জিলা এনপিএছ চৰকাৰী কৰ্মচাৰী সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি।   তামুলপুৰ, ৫ জানুৱাৰীঃ   সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা তামুলপুৰ জিলাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন আৰু মুকলি সভাৰ সফল…

জি এন আৰ চি কেয়াৰছ: জ্যেষ্ঠ নাগৰিকৰ বাবে এক যুগান্তকাৰী স্বাস্থ্যসেৱাৰ পদক্ষেপ

জি এন আৰ চি কেয়াৰছ: জ্যেষ্ঠ নাগৰিকৰ বাবে এক যুগান্তকাৰী স্বাস্থ্যসেৱাৰ পদক্ষেপ   এই পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ তৃতীয় লক্ষ্য (সুস্থ জীৱন নিশ্চিত কৰা আৰু সকলোৰে বাবে, সকলো বয়সতে…

হাগ্ৰামাৰ দৰে ৰাজনীতিবিদ থাকিলে সমাজ আগুৱাই নাযায়, পিছুৱাইহে যাব – প্ৰমোদ বড়ো

হাগ্ৰামাৰ দৰে ৰাজনীতিবিদ থাকিলে সমাজ আগুৱাই নাযায়, পিছুৱাইহে যাব – প্ৰমোদ বড়ো   আজি ১৯ নং থুৰিবাৰী ব্লক সমিতিৰ উদ্যোগত আজি বগৰগাঁও খেলপথাৰত আয়োজিত ইউ পি পি এলৰ কৰ্মী সভাত…

  • Current
  • January 5, 2025
  • 20 views
  • 1 minute Read
শিলচৰত বাৰ্মিজ চুপাৰি মাফিয়াৰ হাতে সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় সাংবাদিক সমাজ তীব্ৰ প্ৰতিবাদ

শিলচৰত বাৰ্মিজ চুপাৰি মাফিয়াৰ হাতে সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় সাংবাদিক সমাজ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাই সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকৰ সুৰক্ষাৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন…