Latest Story
हरंग नदी का ऊपर टूटे गए पुल को लेकर लोगों को परेशानी का सामना करना ना पड़े इसलिए उतर गया सेना।তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভাগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠানতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

Main Story

বাংলাদেশী সৰবৰাহকাৰীৰ মৰসাহ! কৰ্তব্যরত BSF জোৱানক দিন দুপৰতে আক্ৰমণ বাংলাদেশী দুৰ্বৃত্তৰ

আন্তর্জাতিক সীমান্ত বরাবর আবারও ঘটে গেল এক উদ্বেগজনক ঘটনা।   ঘটনাস্থল: আন্তর্জাতিক সীমান্ত বরাবর আবারও ঘটে গেল এক উদ্বেগজনক ঘটনা। একদল বাংলাদেশী দুৰ্বৃত্ত দিন-দুপুরে ভারতীয় সীমান্তরক্ষী বাহিনীর (BSF) এক জওয়ানকে…

৫২ বছৰ বয়সত গৌৰৱজনক সাঁতুৰি: সমৰলাকোটাৰ গোলি শ্যামলাৰ এক অনন্য কৃতিত্ব

৫২ বছৰ বয়সত গৌৰৱজনক সাঁতুৰি: সমৰলাকোটাৰ গোলি শ্যামলাৰ এক অনন্য কৃতিত্ব   ৫২ বছৰ বয়সত সমৰলাকোটাৰ বাসিন্দা গোলি শ্যামলাই এক অনন্য কৃতিত্ব অৰ্জন কৰিছে। তেওঁ বিশাখাপট্টনমৰ পৰা কাকিনাদালৈ উপকূলৰ ১৫০…

  • Current
  • January 7, 2025
  • 23 views
  • 1 minute Read
নগাঁৱত জিলা পৰিকল্পনা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

নগাঁৱত জিলা পৰিকল্পনা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত   আজিৰ তাৰিখ ৭ জানুৱাৰী ২০২৫, জিলা আয়ুক্ত, নগাঁও, শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ মহোদয়ৰ অধ্যক্ষতাত জিলা পৰিকল্পনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত…

ইণ্ডিয়া গেটৰ নাম ‘ভাৰত মাতা দ্বাৰ’ কৰাৰ দাবী

ইণ্ডিয়া গেটৰ নাম ‘ভাৰত মাতা দ্বাৰ’ কৰাৰ দাবী   ইণ্ডিয়া গেটৰ নাম সলনি কৰি ‘ভাৰত মাতা দ্বাৰ’ ৰখাৰ দাবী উঠিছে। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জামাল ছিদ্দিকীয়ে এই প্ৰস্তাৱক লৈ…

  • Current
  • January 7, 2025
  • 32 views
  • 1 minute Read
দেৱৰাজ উপাধ্যায় হ’ব APSCৰ নতুন অধ্যক্ষ

দেৱৰাজ উপাধ্যায় হ’ব APSCৰ নতুন অধ্যক্ষ   অসম পাব্লিক চাৰ্ভিছ কমিছন (APSC)-ৰ নতুন অধ্যক্ষ হিচাপে দেৱৰাজ উপাধ্যায়ক নিযুক্তি দিয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই সিদ্ধান্ত গ্ৰহণ…

তামুলপুৰ পথ সুৰক্ষা সন্দৰ্ভত সভা 

তামুলপুৰ পথ সুৰক্ষা সন্দৰ্ভত সভা    তামুলপুৰঃ৭ জানুৱাৰীঃ তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি তামুলপুৰ মহকুমা গাঁও ৰক্ষী বাহিনীৰ সভাগৃহত দুৰ্যোগ প্ৰশমন বিভাগে এখন পথ সুৰক্ষা সজাগতা সভাৰ আয়োজন কৰে। দুৰ্যোগ…

  • Current
  • January 7, 2025
  • 29 views
  • 1 minute Read
তামুলপুৰত পুণৰ হাতীত ৰেডিঅ’ ক’লাৰিঙৰ সফল সমাপন ।

তামুলপুৰত পুণৰ হাতীত ৰেডিঅ’ ক’লাৰিঙৰ সফল সমাপন ।   যোৱা কালি মানস টাইগাৰ ৰিজাৰ্ভৰ সংৰক্ষণ আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰ অংশস্বৰূপে ৰেডিঅ’ ক’লাৰিঙ কাৰ্যসূচী সুকলমে সমাপন কৰা হয়। উক্ত কাৰ্যসূচী Aaranyak…

  • Current
  • January 7, 2025
  • 22 views
  • 1 minute Read
তামুলপুৰৰ নতুন বজাৰত আক্ৰাছুৰ ২৪ তম ছহিদ দিৱস উৎযাপন।

তামুলপুৰৰ নতুন বজাৰত আক্ৰাছুৰ ২৪ তম ছহিদ দিৱস উৎযাপন।   তামুলপুৰ ৭ জানুৱাৰী   তামুলপুৰ জিলাৰ কুমাৰীকাটা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে ২৪…

  • Current
  • January 7, 2025
  • 23 views
  • 1 minute Read
তামুলপুৰৰ হাঁহকাটা বালাবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷

তামুলপুৰৰ হাঁহকাটা বালাবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷   তামুলপুৰ ৭ জানুৱাৰী।   তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ উপদ্ৰৱে ইতিমধ্যেই…

  • Current
  • January 7, 2025
  • 33 views
  • 1 minute Read
অহা ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হব সদৌ বি টি আৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নালাপাৰা আৰু ৰাজাগড় আঞ্চলিক সমিতিৰ দ্বাদশ দ্বী বাৰ্ষিক অধিৱেশন। 

অহা ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হব সদৌ বি টি আৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নালাপাৰা আৰু ৰাজাগড় আঞ্চলিক সমিতিৰ দ্বাদশ দ্বী বাৰ্ষিক অধিৱেশন।    তামুলপুৰ আৰু ওদালগুৰিৰ জিলাৰ সীমামূৰীয়া…