Latest Story
চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥জটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷বিৰোধী দলপতি জননেতা শ্ৰী ৰাহুল গান্ধীজীৰ জন্মদিনত আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন! 🎉তামুলপুৰৰ শুকানজুলিত বিস্ফোৰক উদ্ধাৰ*

Main Story

বিগত ২৬ বছৰে কেকেৰীকূছিত উদযাপন কৰা নাই ভোগালীৰ আনন্দ উল্লাস৷  

বিগত ২৬ বছৰে কেকেৰীকূছিত উদযাপন কৰা নাই ভোগালীৰ আনন্দ উল্লাস৷   ১৯৯৮ ৰ ১৩ জানুৱাৰীৰ অভিশপ্ত নিশা আততায়ীৰ গুলিত কেকেৰিকুছীত প্ৰান গৈছিল ১৭ জন লোকৰ।   যি সময়ত ৰাজ্যৰ চৌদিশে…

ভুৱা ভোটাৰ কাৰ্ডক লৈ স্মৃতি ইৰাণীৰ প্ৰতিক্ৰিয়া: “দেশখন অনুপ্ৰৱেশকাৰীয়ে দখল কৰিছে…।

ভুৱা ভোটাৰ কাৰ্ডক লৈ স্মৃতি ইৰাণীৰ প্ৰতিক্ৰিয়া: “দেশখন অনুপ্ৰৱেশকাৰীয়ে দখল কৰিছে…”।   ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ভুৱা ভোটাৰ কাৰ্ড আৰু অনুপ্ৰৱেশকাৰীৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ দেশখনৰ অনুপ্ৰৱেশ…

  • Current
  • January 13, 2025
  • 35 views
  • 1 minute Read
মহা কুম্ভ ২০২৫: প্ৰয়াগৰাজত পবিত্ৰ ডুবৰ শুভাৰম্ভ

মহা কুম্ভ ২০২৫: প্ৰয়াগৰাজত পবিত্ৰ ডুবৰ শুভাৰম্ভ   ২০২৫ চনত অনুষ্ঠিত মহা কুম্ভ মেলা হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে এক বিশেষ আধ্যাত্মিক আৰু ধৰ্মীয় পৰ্ব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এই মহা আয়োজনৰ আৰম্ভণি…

  • Current
  • January 13, 2025
  • 33 views
  • 1 minute Read
ভোগালী বিহু: উৎসৱৰ ইতিবৃত্ত আৰু পালনৰ পদ্ধতি

ভোগালী বিহু: উৎসৱৰ ইতিবৃত্ত আৰু পালনৰ পদ্ধতি   ভোগালী বিহু (মাঘ বিহু) অসমবাসীৰ অন্যতম প্ৰিয় উৎসৱ। এই উৎসৱ শস্যৰ পৰিপুষ্টি আৰু মজুতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ সৈতে জড়িত। মাঘৰ সংক্রান্তিৰ দিনা…

তামুলপুৰৰ গুৱাবাৰীত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী পালন। শুভ উদ্বোধন কৰা হল নৱ নিৰ্মিত ভৱন।

তামুলপুৰৰ গুৱাবাৰীত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী পালন। শুভ উদ্বোধন কৰা হল নৱ নিৰ্মিত ভৱন।   তামুলপুৰ জিলাৰ গুৱাবাৰীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন নাগ্ৰিজুলী আঞ্চলিকৰ উদ্যোগত আৰু তামুলপুৰ জিলাৰ…

  • Current
  • January 12, 2025
  • 14 views
  • 1 minute Read
পাইলট হিচাপে নিৰ্বাচিত বৰপেটা জিলাৰ নাদিয়া ৰুহী

পাইলট হিচাপে নিৰ্বাচিত বৰপেটা জিলাৰ নাদিয়া ৰুহী   বৰপেটা জিলাৰ নাদিয়া ৰুহী অসমবাসীৰ বাবে গৌৰৱৰ এক বিশেষ দৃষ্টান্ত স্থাপন কৰিছে। নাদিয়াই পাইলট হিচাপে নিজৰ পৰিচয় গঢ়ি তোলাৰ লগতে সমগ্ৰ ৰাজ্যক…

উত্তৰ পূব সীমান্ত ৰেলৱেৰ আৰপিএফৰ দ্বাৰা বিগত মাহত কৰায়ত্ত ১৮ জন অবৈধ প্ৰব্ৰজনকাৰী 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ আৰপিএফৰ দ্বাৰা বিগত মাহত কৰায়ত্ত ১৮ জন অবৈধ প্ৰব্ৰজনকাৰী  লগতে উদ্ধাৰ ৯০ গৰাকী নাবালক-নাবালিকা আৰু ০২ গৰাকী মহিলা   মালিগাওঁ, ১২ জানুৱাৰী, ২০২৫: উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…

অসমত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অসমত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।   অসমত পঞ্চায়ত নিৰ্বাচনৰ আয়োজন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৯খন পঞ্চায়তক বাদ দি বাকী পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান…

  • Current
  • January 12, 2025
  • 16 views
  • 1 minute Read
ভাৰত-আয়াৰলেণ্ড মহিলা ক্ৰিকেট: দ্বিতীয়খন মেচত জেমিমাৰ শতকৰে ভাৰতে গঢ়িলে বিশাল লক্ষ্য

ভাৰত-আয়াৰলেণ্ড মহিলা ক্ৰিকেট: দ্বিতীয়খন মেচত জেমিমাৰ শতকৰে ভাৰতে গঢ়িলে বিশাল লক্ষ্য   ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া মহিলা ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন মেচ আজি গুজৰাটৰ ৰাজকোটত আয়োজিত হৈছে। টছত…

  • Current
  • January 12, 2025
  • 32 views
  • 1 minute Read
উৰুকাৰ আনন্দত মগন অসম

উৰুকাৰ আনন্দত মগন অসম   কাইলৈ উৰুকা। ৰাজ্যজুৰি ভোগালী বিহুৰ জাঁজৰিত ব্যস্ততাৰ ৰঙে ধৰিছে সকলো চহা অসমীয়াৰ হৃদয়। ভোগালীক আদৰিবলৈ গাত তৎ নাই। ঘৰে ঘৰে বিহুৰ পিঠা, লাৰু, সান্দহ আদি…