Latest Story
চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥জটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷বিৰোধী দলপতি জননেতা শ্ৰী ৰাহুল গান্ধীজীৰ জন্মদিনত আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন! 🎉তামুলপুৰৰ শুকানজুলিত বিস্ফোৰক উদ্ধাৰ*

Main Story

  • Current
  • January 18, 2025
  • 22 views
  • 1 minute Read
ধৰ্মান্তকৰণ বন্ধ কৰাৰ দাবীত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান।

ধৰ্মান্তকৰণ বন্ধ কৰাৰ দাবীত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান।   তামুলপুৰ, ১৮ জানুৱাৰীঃ   অবিভক্ত বাগছা জিলাৰ বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ কেইবাগৰাকীও বিষয়ববীয়াই আজি…

তামুলপুৰত একেদিনাই কেইবাটাও দুৰ্ঘটনা ?

তামুলপুৰত একেদিনাই কেইবাটাও দুৰ্ঘটনা? ভূমিকম্প, পথ দুৰ্ঘটনা আৰু জুই লগাৰ ফলত দুগৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হয়।   এয়া কোনো প্ৰকৃত দুৰ্ঘটনা নহয়। তামুলপুৰ জিলা দুৰ্যোগ…

আজিৰে পৰা তামুলপুৰৰ হস্তীনাপুৰত হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞ।

আজিৰে পৰা তামুলপুৰৰ হস্তীনাপুৰত হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞ।   পুৱা স্বচ্ছ অভিযান,বৃক্ষ ৰূপনৰ পিছতে মুখ্যদ্বাৰ উন্মোচন কৰে BTR ৰ কাৰ্যবাহী…

  • Current
  • January 18, 2025
  • 17 views
  • 1 minute Read
ভাৰত ম’বিলিটী গ্ল’বেল এক্সপ ২০২৫: প্ৰধানমন্ত্ৰী মোদীৰ উদ্বোধনী ভাষণ আৰু ভাৰতৰ অটোম’বাইল ক্ষেত্ৰৰ সম্ভাৱনা

ভাৰত ম’বিলিটী গ্ল’বেল এক্সপ ২০২৫: প্ৰধানমন্ত্ৰী মোদীৰ উদ্বোধনী ভাষণ আৰু ভাৰতৰ অটোম’বাইল ক্ষেত্ৰৰ সম্ভাৱনা   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ২০২৫ বৰ্ষৰ ‘ভাৰত ম’বিলিটী গ্ল’বেল এক্সপ’ উদ্বোধন…

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিজ্ঞাপনৰ পৰা নন-ফেয়াৰ ৰাজহত উল্লেখনীয় বৃদ্ধি অৰ্জন 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিজ্ঞাপনৰ পৰা নন-ফেয়াৰ ৰাজহত উল্লেখনীয় বৃদ্ধি অৰ্জন    মালিগাওঁ, ১৭ জানুৱাৰী, ২০২৫:   উত্তৰ-পূব সীমান্ত ৰে’লৱেই এপ্ৰিলৰ পৰা ডিচেম্বৰ ২০২৪ লৈকে বিভিন্ন উদ্ভাৱনশীল বিজ্ঞাপন পদক্ষেপৰ…

অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়াক IPS হিচাপে পদোন্নতি

অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়াক IPS হিচাপে পদোন্নতি   অসম আৰক্ষীৰ ১৭ গৰাকী APS (Assam Police Service) বিষয়াক পদোন্নতি দিয়ে IPS (Indian Police Service) হিচাপে মনোনীত কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্রালয়ৰ…

  • Current
  • January 18, 2025
  • 22 views
  • 1 minute Read
মহানগৰীৰ বশিষ্ঠ থানাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা

মহানগৰীৰ বশিষ্ঠ থানাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা   গুৱাহাটী মহানগৰীৰ বশিষ্ঠ থানাৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন ইন’ভা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই একেলগে তিনিখনকৈ বাহন মহটিয়াইছে। প্ৰথমে এখন চাৰিচকীয়া বাহনক…

  • Current
  • January 18, 2025
  • 37 views
  • 1 minute Read
ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কৈ অহংকাৰীৰ পৰিচয় দিছে জুবিন গাৰ্গে

ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কৈ অহংকাৰীৰ পৰিচয় দিছে জুবিন গাৰ্গে জনপ্ৰিয় গায়ক জুবিন গাৰ্গে ৰাজীৱ শদিয়াৰ নামৰ ওপৰত কৰা এক বিতৰ্কিত মন্তব্যয়ে এতিয়া ৰাজ্যজুৰি সমালোচনাৰ সৃষ্টি কৰিছে। এক অনুষ্ঠানত…

  • Current
  • January 18, 2025
  • 20 views
  • 1 minute Read
ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলা

ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলা   দক্ষিণ শালমাৰা মানকাচৰ জিলা এতিয়া ড্ৰাগছৰ ঘাটি হিচাপে পৰিণত হৈছে। জিলাখনৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বেআইনী ব্যৱসায় বিস্তাৰিত হোৱাৰ খবৰ আহিছে। এই…

  • Current
  • January 17, 2025
  • 12 views
  • 1 minute Read
তামুলপুৰত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ*

*তামুলপুৰত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ*   *তামুলপুৰ, ১৭ জানুৱাৰী, ২০২৫* : আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আৰু তামুলপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা…