
📍বিটিআৰত বিজেপিক ঠেকাবলৈ অখিল গগৈৰ ৰণডংকা — ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা
“BTRৰ মানুহে যাতে কোনোপধ্যে বিজেপিক শাসনলৈ নানে। BJP-RSSৰ মানুহ এবাৰ BTRত সোমালে কাকো শান্তিত থাকিবলৈ নিদিব।”
🔶 BTRতো ৰাইজৰ দলৰ প্ৰাৰ্থী
গগৈয়ে ঘোষণা কৰে—এইবাৰ অহা বিটিআৰ নিৰ্বাচনত ৰাইজৰ দলে প্ৰত্যেকটো সমষ্টিত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। বিজেপিৰ একাধিপত্য শেষ কৰাৰ বাবে এই প্ৰচেষ্টা।
“BJP-RSSৰ ভয়ৰ বাতাবৰণ বিটিআৰত শেষ কৰিব লাগিব।” — অখিল গগৈ