অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে সুখবৰ।*

Telegram

*অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে সুখবৰ।*

 

*তামুলপুৰ, ৯ জুলাই, ২০২৫* :

 

অসম‌ চৰকাৰৰ দক্ষতা বিকাশ মিছনৰ অন্তৰ্গত অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ কাৰণে বিভিন্ন বিষয়ৰ ওপৰত এবছৰীয়া বিনামূলীয়া প্ৰশিক্ষণৰ সুবিধা আগবঢ়োৱা হৈছে। প্ৰশিক্ষণৰ সময়ত সম্পূৰ্ণ বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধা লাভ কৰাৰ লগতে প্ৰশিক্ষণ সমাপ্তিৰ পাছত ১০০ শতাংশ প্ৰশিক্ষাৰ্থীক দেশ-বিদেশত চাকৰি কৰাৰ সুযোগ প্ৰদান কৰা হ’ব।‌ সেয়েহে ১৭-ৰ‌ পৰা ২৫ বছৰৰ ভিতৰত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱক-যুৱতী‌সকলক অনতিপলমে এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।‌ অধিক জানিবলৈ 9957133569 (জিলা কাৰ্যসূচী ব্যৱস্থাপক, অসম দক্ষতা বিকাশ মিছন, তামুলপুৰ) নম্বৰত হোৱাটছ্এপ অথবা ফোন‌ কৰিব পাৰিব।

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *