
📌 গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰ
📌 “অসমৰ RSS নহয়, বাহিৰৰ পৰা অহা RSS জড়িত নামঘৰ-মন্দিৰত গো মাংস পেলোৱা কাৰ্যত,” বোমা ফটকানে কংগ্রেছ সভাপতি গৌৰৱ গগৈ।
📌 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহবিভাগত সম্পূৰ্ণ ব্যৰ্থতা দেখুওৱাইছে, তেওঁ কয় – এনে ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব লাগিছে নেকি?
📌 “যদি বিভাগ চলাব নোৱাৰেনে, পদত্যাগ কৰক মুখ্যমন্ত্ৰী!” – তীব্ৰ প্ৰত্যাঘাত গগৈৰ।
📌 অসমৰ নামঘৰ, সত্ৰ, মন্দিৰ ৰক্ষাৰ দায়িত্ব RSS-এ ল’ব নালাগে, অসমীয়াই নিজৰ ধৰ্মীয় স্থান নিজে ৰক্ষা কৰিব।
📌 ধৰ্মীয় স্থানৰ পবিত্ৰতা ৰক্ষা কৰা প্ৰতিজন অসমীয়াৰ দায়িত্ব – গৌৰৱ গগৈৰ স্পষ্ট হুঁকাৰ।
📍এই মন্তৱ্যৰ পিছত ৰাজ্যিক ৰাজনীতিত উতপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা।