মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨

Telegram

🚨 মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨

 

আজি পুৱা মুকালমুৱা অঞ্চলৰ অন্তৰ্গত লাৰকুছি পাৰ হৈ গৈ থকা এখন নাও ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হয়। নাওখনত বহু লোক আরোহী আছিল বুলি জানিব পৰা গৈছে। ব্ৰহ্মপুত্ৰ নৈত আচৰিত ৰূপে জোৰৱাহ বোৱাৰ বাবে নাওখন নিয়ন্ত্ৰণ হেৰুৱায় বুলি সন্দেহ কৰা হৈছে।

 

প্ৰত্যক্ষদৰ্শীৰ মতে, নাওখন হঠাৎ জোকাৰ প্ৰবল বেগত উলটি পৰে, যাৰ ফলত বহু লোক পানীত পৰি যায়। স্থানীয় ৰাইজে আৰু উদ্ধাৰকাৰী দলৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

 

📌 এতিয়ালৈকে কিছু লোক উদ্ধাৰ কৰা হ’ল যদিও কেইবাজনো নিখোঁজ হৈ আছে বুলি অনুমান।

 

📍জিলা প্ৰশাসন, SDRF আৰু আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলাই আছে।

 

➡️ এই দুঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

➡️ নাও চলাচলত অধিক সতৰ্কতা আৰু নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা একান্ত প্ৰয়োজন।

 

🙏 নিখোঁজ লোকসকল সোনকালে উদ্ধাৰ হোৱাটো কামনা কৰা হৈছে।

 

#BoatAccident #Mukalmua #LarKuchi #AssamNews #BreakingNews #RescueOperation

 

  • Related Posts

    ফেমিনা ইণ্ডিয়াৰ মেগাজিনৰ মুকলি পৃষ্ঠাত স্থান পালে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপান্বিতা কলিতা

    Telegram

    TelegramTweetফেমিনা ইণ্ডিয়াৰ মেগাজিনৰ মুকলি পৃষ্ঠাত স্থান পালে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপান্বিতা কলিতা অসমৰ স্বাভিমান! ধেকিয়াজুলিৰ (জিলা – শোণিতপুৰ) গৰ্ব, মেজৰ দ্বীপান্বিতা কলিতাই মহিলা পেৰাট্ৰুপাৰ হিচাপে ইতিহাস গঢ়াৰ পিছত…

    অক্টোবৰত ১৩ হাজাৰ নিযুক্তি, কিন্তু শিক্ষক নিযুক্তিত জটিলতা — দ্বিতীয় CUT OFF তালিকাৰ অপেক্ষাত আবেদনকাৰী

    Telegram

    TelegramTweetঅক্টোবৰত ১৩ হাজাৰ নিযুক্তি, কিন্তু শিক্ষক নিযুক্তিত জটিলতা — দ্বিতীয় CUT OFF তালিকাৰ অপেক্ষাত আবেদনকাৰী   গুৱাহাটী, ৩০ জুলাই, ২০২৫   অসম চৰকাৰে অহা অক্টোবৰৰ ভিতৰত ১৩,000ৰো অধিক পদত নিযুক্তি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *