তামুলপুৰৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সংবাদমেল।

  • Current
  • March 20, 2025
  • 0 Comments
Telegram

তামুলপুৰৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সংবাদমেল।

 

বিধানসভাৰ মজিয়াত বিৰোধী দলৰ সভাপতি দেবব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে দাঙি ধৰা বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য প্ৰদান।

 

বিধানসভাৰ মজিয়াত ৰাজ্যখনৰ জনজীৱনৰ মৌলিক সম্যাবলি তুলি ধৰাৰ ক্ষেত্ৰত সৰ্বাত্মকভাবে আত্মনিয়োক কৰিছে।

 

অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ মূৰত ঝণৰ বোজা জাপি দিছে।

 

*ইপিনে…. বিটিআৰত আগন্তুক পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলে BJP, BPF, UPPLৰ বিৰুদ্ধে শক্তিশালীভাবে তথা একক ভাবে যুজঁ দিবলৈ সাজু বুলি মন্তব্য কৰে।*

 

একেদৰে সম্প্ৰতি বিহাৰ বিতৰ্ক সম্পৰ্কত তেওঁ কয় যে– এনেধৰণৰ দিবসৰ কথা মই আগতে শুনা নাই

 

সমান্তৰালভাৱে সংবাদমেলৰ পূৰ্বে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সচিব তথা অসমৰ সহপ্ৰভাৰি পৃথ্বীৰাজ স্বাঠীয়ে সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে– BTRৰ প্ৰতিটো বুথ, মণ্ডল আৰু VCDC পৰ্যায়ত গৈ কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিব।

 

আগন্তুক এমাহৰ ভিতৰত যথেষ্ট পৰিবৰ্তন দেখিবলৈ BTRত, লগতে কংগ্ৰেছৰ বহু কেন্দ্ৰীয় নেতাই VCDC পৰ্যায়ত গৈ বুজ লোৱাৰ লগতে সাংগঠনিক ভেটিও মজবুত কৰিব।

 

BTRত BJP আৰু UPPL দলৰ কুশাসনত BTRৰ ৰাইজ হৈছে অতিষ্ঠ , সমান্তৰালভাবে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু চিন্দিকেটৰাজ চলিছে।

 

কিন্তু BTR ৰ ৰজাঘৰীয়া সুখত আছে।

 

BTRত UPPL আৰু BPF কলৈ BJP দলে কৰা দুমুখীয়া স্থিতি এতিয়া ৰাইজে গম পাইছে।

  • Related Posts

    • Current
    • June 20, 2025
    • 9 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *