GNIOT গ্রুপ অৱ ইনষ্টিটিউচন ৰ সংবাদমেল. মহানগৰীৰ হোটেল ৰন্তামৌলিত এই সংবাদমেল।

Telegram

 

GNIOT গ্রুপ অৱ ইনষ্টিটিউচন ৰ সংবাদমেল.

মহানগৰীৰ হোটেল ৰন্তামৌলিত এই সংবাদমেল

 

দিল্লী এন চি আঁৰৰ গ্ৰেতাৰ নয়দাত অৱস্থিত এই শিক্ষানুষ্ঠান খনে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰহণ কৰিলে প্ৰায় ৭৫ লাখ টকাৰ বৃত্তি

উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক বিকাশৰ বাবে এই বৃহৎ পুঁজি বৃত্তি হিচাবে ঘোষনা কৰিছে শিক্ষানুষ্ঠান খনে

২৫০ তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে শিক্ষানুষ্ঠান খনত শিক্ষাগ্ৰহণ কৰি আছে শিক্ষানুষ্ঠান খনত

কেৱল শিক্ষাগত ডিগ্ৰী এ নহয় ব্যক্তিত্ব বিকাশৰ বাবে শিক্ষানুষ্ঠান খনে গুৰুত্ব দিয়া বুলি সদৰী কৰে সংবাদমেলত

 

আজিৰ সংবাদমেল সম্বোধন কৰে ইনষ্টিটিউট খনৰ আউটৰিচ পংকজ কুমাৰ , আঞ্চলিক মুৰব্বী প্ৰদীপ দে আৰু জি আই এম এছ ইনষ্টিটিউটৰ চি ই অ স্বদেশ কুমাৰ সিং , সঞ্চালক ডঃ ভূপেন্দ্ৰ কুমাৰ সোম এ ।

  • Related Posts

    • Current
    • June 19, 2025
    • 6 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 5 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *