তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ বগামাটিত পৰ্যটক আৰু বনভোজকাৰীৰৰ ভীৰ ৷

  • Current
  • January 6, 2025
  • 0 Comments
Telegram

 তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ বগামাটিত পৰ্যটক আৰু বনভোজকাৰীৰৰ ভীৰ ৷

 

জৈৱ বিচিত্ৰতাৰ সমাহাৰেৰে সমৃদ্ধ বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মোহত আবদ্ধ হাজাৰ হাজৰ দেশী বিদেশী পৰ্যটক৷

 

বগামাটীৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা মানি আগমন ঘটিল বনভোজকাৰী দল

 

বনভোজস্থলীসমূহত প্লাষ্টিক বৰ্জন আৰু ছাউণ্ড ছীষ্টেমৰ প্ৰয়োগ নিষিদ্ধ কৰাৰ মাজেৰে আনন্দ উল্লাস বনভোজকাৰীৰ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ পৰা ক্ষেত্ৰ অধ্যয়নৰ বাবে আগমন ঘটিছে ছাত্ৰ ছাত্ৰীসকলৰ ।

 

জিলা প্ৰশাসনৰ SOPত সহযোগ কৰিছে বগামাটি ডাউৰাইঝাৰ ইকো টুৰিজিম চোচাইটিয়েও ৷

 

শীতৰ আগমনৰ লগে লগে তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ বগামাটিত দেখা গৈছে পৰ্যটক আৰু বনভোজকাৰীৰৰ ভীৰ৷ জৈৱ বিচিত্ৰতাৰ সমাহাৰেৰে সমৃদ্ধ বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মোহত আবদ্ধ দেশী বিদেশী পৰ্যটক৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ পৰা ক্ষেত্ৰ অধ্যয়নৰ বাবে দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ আগমন ঘটা

 

ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ দুয়োপাৰে সেউজীয়া গছগছনিত দেখা গৈছে পৰ্যটক চৰাইৰ আগমণ৷ বিভিন্ন পাট চৰাই, ধনেশ, ময়ূৰ আদি পক্ষী নীৰিক্ষণৰ বাবেই এতিয়া আগমণ ঘটিছে পক্ষী প্ৰেমীসকলৰ৷ শীতৰ আগমণত বিভিন্ন প্ৰজাতিৰ পাট চৰাই আৰু পৰিযটক চৰাইৰ কল কাকলিত এতিয়া মুখৰিত হৈ পৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ পৰ্যটন স্থলী বগামাটি৷

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    • Current
    • June 21, 2025
    • 3 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    Leave a Reply

    Your email address will not be published. Required fields are marked *