
Telegram
নৱম পাংছাউ পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ
এই ইভেন্টত দেশ-বিদেশৰ নানা সংস্কৃতি, পৰম্পৰা আৰু কলাৰ মঞ্চপ্ৰদৰ্শন কৰা হ’ব। মহোৎসৱৰ উদ্দেশ্য হৈছে স্থানীয় শিল্প আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিশ্বদৰবাৰত অৰুণাচল প্ৰদেশৰ পৰিচিতি বৃদ্ধি কৰা।
বিশ্ববিদ্যালয়, শিল্পী, আৰু সংস্কৃতিক মঞ্চৰ লগত যোগদানৰ বাবে বহু সংখ্যক অতিথি আহ্বান কৰা
হৈছে।