তামুলপুৰত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্য্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী।

  • Current
  • December 22, 2024
  • 0 Comments
Telegram

তামুলপুৰত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্য্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী।

 

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লক্ষীমপুৰৰ পৰা ভাৰ্চুৱেলী উন্মোচন কৰা ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ অংশস্বৰূপে তামুলপুৰতো জিলা প্ৰশাসনৰ উদ্যোগত নতুন ৰেচন কার্ড বিতৰণৰ দ্বিতীয় পৰ্য্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠিত হয়।

 

তামুলপুৰ জিলাৰ কচুবাৰীস্থিত শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত আৰু তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থকা উক্ত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত তামুলপুৰ বিধানসভা সমষ্টিৰ সৰ্বমুঠ ১৯,৫৪৭ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰাৰ বিপৰীতে ১৪,৫০২ টা পৰিয়াল উপকৃত হয়।

 

আজিৰ এই কাৰ্যসূচীত তামুলপুৰ জিলাৰ আয়ুক্ত পঙ্কজ চক্ৰৱতী, সহকাৰী আয়ুক্ত লখিমী দত্ত, অতিৰিক্ত আয়ুক্ত হিতেশ বড়ো, কবিতা ফাংচ’, বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।###

  • Related Posts

    • Current
    • September 17, 2025
    • 10 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 16 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *