তামুলপুৰৰ কুমাৰীকাটাৰ বন বিভাগৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডব অব্যাহত।

  • Current
  • December 7, 2024
  • 0 Comments
Telegram

তামুলপুৰৰ কুমাৰীকাটাৰ বন বিভাগৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডব অব্যাহত।

 

তামুলপুৰৰ কুমাৰীকাটা বন বিভাগৰ অধীনস্থ বহু গাঁওত প্ৰতি নিশাই ধাৰাবাহিক ভাৱে অব্যাহত বন্য হস্তীৰ তাণ্ডৱ। এইদৰে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে ঘৰ দুৱাৰ আচবাব।খাদ্যৰ সন্ধানত ওলাই অহা বৃহৎ জাকটোও সন্ধিয়া হোৱাৰ লগে লগে গাঁও অঞ্চলত প্ৰৱেশ কৰি কেইবাটাও ভাগত বিভক্ত হৈ মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ ওপৰিও কৃষকে নতুনকৈ চপাই অনা ধান আদি খাইও অনিষ্ট কৰিছে। তৰুণগাঁও,চন্দনপুৰ,বিষ্ণুপুৰ,পাহৰপুৰ,নাৰায়্ণপুৰ,হৰিণচৰা, নবিনগাওঁকে ধৰি বহু ঠাইত খণ্ড খণ্ড ভাৱে গাঁওত চলাইছে উপদ্ৰৱ।হাতীৰ বাবে এতিয়া বিনিদ্ৰৰজনী কতাইছে ৰাইজে। নিশা বন বিভাগৰ সহযোগত জুই জ্বলাই , হাল্লা কৰি হাতী খেদাৰ চেষ্টা ৰাইজৰ।সন্ধিয়াৰ পৰা পুৱা লৈ ৰাজপথেৰে চলাচল কৰাৰ ক্ষেত্ৰতো সৃষ্টি হৈছে শংকা।

  • Related Posts

    • Current
    • September 16, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *