Vajra Prahar ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটিয়া অনুশীলন।

Telegram

আমেৰিকা যুক্তৰাষ্ট্ৰত আজিৰে পৰা ১৫সংখ্যক ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিশেষ বাহিনীৰ অনুশীলন ভজৰা প্ৰহৰ আৰম্ভ হ’ব। অনুশীলন অহা ২২ নবেম্বৰত অন্ত পৰিব। উল্লেখযোগ্য যে, এই অনুশীলনৰ অন্তিম সংস্কৰণ বিগত ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত মেঘালয়ৰ উমৰোইত অনুষ্ঠিত হৈছিল। আজিৰ পৰা আৰম্ভ হোৱা অনুশীলন হ’ব দুয়োপক্ষৰ সেনাৰ মাজত বছৰৰ দ্বিতীয়টো অনুশীলন। ইয়াৰ পূৰ্বৱৰ্তী অনুশীলন ছেপ্টেম্বৰ মাহত ৰাজস্থানত অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অনুশীলনৰ দলটোত দুয়োখন দেশৰ ৪৫ গৰাকী সেনাই অংশগ্ৰহণ কৰিব বুলি সদৰী কৰিছে। উল্লেখযোগ্য যে, ভজৰা প্ৰহৰ শীৰ্ষক এই অনুশীলনৰ উদ্দেশ্য হৈছে দেশীয় সহযোগিতা আৰু বিশেষ অভিযান কৌশলৰ পাৰস্পৰিক আদান-প্ৰদানৰ জৰিয়তে দুয়োন ৰাষ্ট্ৰৰ মাজৰ সামৰিক সহযোগিতা বৃদ্ধি কৰিব।

এই অনুশীলনে দুয়োখন দেশৰ বন্ধুত্ব সুদৃঢ় কৰি তুলিব ।

Related Posts

ট্ৰাম্পৰ ভাবুকিৰ মাজতে চীন ভ্ৰমণৰ বাবে সাজু হৈছে মোদী, SCO সন্মিলনত কৰিব পাৰে অংশগ্ৰহণ…

Telegram

TelegramTweetট্ৰাম্পৰ ভাবুকিৰ মাজতে চীন ভ্ৰমণৰ বাবে সাজু হৈছে মোদী, SCO সন্মিলনত কৰিব পাৰে অংশগ্ৰহণ…   বিশ্ব ৰাজনীতিত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্ভৱতঃ চীন ভ্ৰমণত যোৱাৰ বাবে সাজু…

Trump Proposes Tariff Revenue Rebates for U.S. Citizens

Telegram

TelegramTweetTrump Proposes Tariff Revenue Rebates for U.S. Citizens Date: August 2, 2025 Location: Washington, D.C.       In a bold new proposal, former U.S. President Donald Trump has suggested…

Leave a Reply

Your email address will not be published. Required fields are marked *