ৰাজ্যৰ চৰকাৰী দক্ষতা বিকাশৰ ক্ষেত্ৰত ঔদ্যোগিক কাৰিকৰী প্রতিষ্ঠানসমূহে আশাৰ বতৰা কঢ়িয়াই আনিছে।

Telegram

অসমৰ যুৱ শক্তিৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুকেইখন ঔদ্যোগিক কাৰিকৰী প্রতিষ্ঠান (আই টি আই) স্থাপন বাবে চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ যুৱ সমাজৰ প্রতিভা আৰু দক্ষতাই অন্য ৰাজ্যকো চেৰ পেলাব । এতিয়াৰে পৰা ৰাজ্যলৈ দক্ষতাপূর্ণ মানৱ সম্পদৰ বাবে অহাৰ বাট মুকলি কৰিছে। উল্লেখ্য যে তিনিচুকীয়া আই টি আইৰ পৰা গুজৰাট আহমেদাবাদস্থিত মাৰুতি ছুজুকি মটৰ্ছে ৫৯গৰাকী প্রার্থীৰ ভিতৰত ৪৭গৰাকী প্রার্থীকে এপ্ৰেণ্টিছশ্বিপ আৰু এফ টি চিৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিলে।

 

যাৰ বাবে এই ৪৭ গৰাকী প্ৰাৰ্থীয়ে নিজৰ লগতে পৰিয়ালটোকো পোহপাল দিবলৈ সক্ষম হব বুলি আশা কৰিব পাৰি । এই ক্ষেত্ৰত ৰাজ্যৰ যুৱ শক্তিৰ দক্ষতা বৃদ্ধি বাবে উঠি অহা যুৱ যুৱতী প্ৰেৰণা লাভ কৰিব।

Related Posts

শৈক্ষিক সমস্যা সমাধানৰ দাবীত তামুলপুৰ জিলা আছুৰ স্মাৰক পত্ৰ প্ৰদানঃ

Telegram

TelegramTweetশৈক্ষিক সমস্যা সমাধানৰ দাবীত তামুলপুৰ জিলা আছুৰ স্মাৰক পত্ৰ প্ৰদানঃ   তামুলপুৰ, ১৬ জুনঃ   তামুলপুৰ জিলাৰ দুখন শিক্ষানুষ্ঠানৰ শৈক্ষিক সমস্যা সমাধানৰ দাবীত আজি বাগছা জিলা বিদ্যালয় পৰিদৰ্শকক সদৌ তামুলপুৰ…

তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ব্লাড বেংক মুকলি।

Telegram

TelegramTweetতামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ব্লাড বেংক মুকলি। আজিৰে পৰা উপলব্ধ হ’ব গাইনোলজি বিভাগৰ অস্ত্ৰোপ্ৰচাৰৰ সুবিধা। তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা ব্লাড বেংকৰ এই কাৰ্যসূচীত…

Leave a Reply

Your email address will not be published. Required fields are marked *