পেট্ৰল পাম্পত নহয় তামুলপুৰত ট্ৰাংকৰ পৰা ওলাল গেলানে গেলানে পেট্ৰল আৰু ডিজেল

Telegram

পেট্ৰল পাম্পত নহয় তামুলপুৰত ট্ৰাংকৰ পৰা ওলাল গেলানে গেলানে পেট্ৰল আৰু ডিজেল

 

তামুলপুৰৰ চেঁচাপানীৰ ৰঞ্জিত মণ্ডল নামৰ এজনৰ শোৱনী কোঠাৰ এটা ট্ৰাংক,পাকঘৰ ভিতৰত কাটৰ গুৰি, ড্ৰাম,গেলন আদিত ভৰাই লুকাই থোৱা অৱস্থাত উদ্ধাৰ ৫৭০ লিটাৰো অধিক পেট্ৰল আৰু ডিজেল জব্দ কৰে।

 

আজি তামুলপুৰ আৰক্ষীয়ে অবৈধ পেট্ৰল আৰু ডিজেল ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমানৰ পেট্ৰল আৰু ডিজেল

 

 

তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ১২২০ লিটাৰৰো অধিক পেট্ৰল আৰু ডিজেল তেল সহ তেল পৰিবাহী বাহন জব্দ

 

আজি পুৱাৰ ভাগত তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই অবৈধ ভাৱে সৰবৰাহ কৰা AS 01 W 9745 নম্বৰৰ এখন মাৰুতী ভেনক খেদি খেদি ভেনৰ খনক ভিতৰত পেট্ৰল ভৰ্তী ২০ টা গেলন সহ বাহনখন জব্দ কৰাৰ লগতে আটক কৰে বিশ্বজিত বড়ো আৰু পৰেশ বড়ো নামৰ যুৱক দুজনক।

 

যুৱক দুগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে পুনৰ অভিযান চলাই

 

উল্লেখ যে, চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ চামদ্ৰুপ জংখাৰৰ পেট্ৰল পাম্পৰ পৰা অতি কম মূল্যত তেল সমূহ ক্ৰয় কৰি একাংশ ব্যৱসায়ীয়ে এজেন্টৰ জড়িয়তে তামুলপুৰৰ জিলাৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছিল ৷ উল্লেখ্য যে ভূটানৰ পৰা ৬০ টকা দৰত ক্ৰয় কৰা পেট্ৰল সমুহ তামুলপুৰ বিভিন্ন অঞ্চলৰ বাটে ঘাটে থকা পান দোকান,মনোহাৰী দোকান,গোলাৰ দোকান, চাহ দোকান আদি ৮০ ৰ পৰা ১০০ টকাত বিক্ৰী কৰি আহিছে।

  • Related Posts

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন

    Telegram

    TelegramTweetঅসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন ================================ , তামুলপুৰ ১৯ জুন ::   অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা ৰঙালী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *