ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

  • Current
  • September 12, 2025
  • 0 Comments
Telegram

ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

 

ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।

 

সূত্ৰ মতে, মতেশ্বৰ মৰাণ বনাঞ্চলৰ পৰা শাক-পাত বুটলিবলৈ গৈছিল। তেতিয়াই হাতীৰ এক দলৰ আক্ৰমণত তেওঁ মৃত্যুবৰণ কৰে।

 

ঘটনাৰ খবৰ পোৱাৰ লগে লগেই ডিগবৈ আৰক্ষী আৰু বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

 

এই আক্ৰমণৰ ফলত অঞ্চলটোত ভয় আৰু আতংক সৃষ্টি হৈছে। স্থানীয় ৰাইজে বন বিভাগক অতি শীঘ্ৰে হাতী-মানুহ সংঘাত নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আহ্বান

জনাইছে।

  • Related Posts

    • Current
    • September 12, 2025
    • 3 views
    • 1 minute Read
    চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

    Telegram

    TelegramTweetচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…

    • Current
    • September 12, 2025
    • 3 views
    • 1 minute Read
    নাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।

    Telegram

    TelegramTweetনাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।   তিনি শতাধিক লোকৰ বিজেপিত যোগদান।   বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিলে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগে।     ১২…

    Leave a Reply

    Your email address will not be published. Required fields are marked *