BTR NEWS

Telegram

ভাৰতৰ স্বাধীনতা যুঁজৰ নীতি: অত্যাচাৰৰ বিৰুদ্ধে কথা কোৱা, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ।

 

কালি বিজয় দিৱস উপলক্ষে সংসদত কংগ্ৰেছ দলৰ আলোচনা কৰি বাংলাদেশত হিন্দু আৰু খ্ৰীষ্টানসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিষয়টি উত্থাপন । অত্যাচাৰ, বৈষম্য আৰু সংখ্যালঘুৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতি  কংগ্ৰেছ দলৰ প্ৰতিবাদ।

 

আজি সংসদ ভৱনৰ সন্মুখত কংগ্ৰেছ দলৰ  সাংসদসকলৰ সৈতে একত্ৰিত হৈ চৰকাৰৰ পৰা হিন্দু, খ্ৰীষ্টানৰ লগতে অন্যান্য সংখ্যালঘু লোকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাই।

 

Exit mobile version