📌ডাম্পাৰৰ খুন্দাত মৃত্যু দুষ্প্ৰাপ্য সোণালী বান্দৰৰ
📌দুমাহত মৃত্যু ৫টা সোণালী বান্দৰৰ
📌চাৰিচকীয়া বাহনৰ খুন্দাত মৃত্যু হৈছিল ৪টা সোণালী বান্দৰৰ
এই ঘটনাবোৰে স্থানীয় ৰাইজৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সোণালী বান্দৰৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে। বন বিভাগ আৰু পৰিবহন বিভাগে একেলগে কাম কৰি এই দুষ্প্ৰাপ্য প্ৰজাতিৰ সুৰক্ষা নিশ্চিত কৰা উচিত বুলি ৰাইজে দাবী কৰিছে।