
ৰোগী নোচোৱাকৈ ৰোগীজন ভাল হ’ব বুলি কোৱা ডাক্টৰ গৌৰৱ গগৈ— মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
আমি ৰোগী চাই মেলি চিকিৎসা কৰি থৈ দিছো। আমি জানো ৰোগীজন ভাল হ’ব।
বাৰিষা কালত যেনেদৰে ভেকুলীবোৰ ওলাই ঠিক তেনেদৰে নিৰ্বাচন আহিলে কংগ্ৰেছ দল ওলাই আহে ————- মন্ত্ৰী ৰঞ্জিত
তামুলপুৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাৰ সৈতে মতবিনিময়ৰ পিছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিটিচি নিৰ্বাচনত বেজেপি দলে অকলে নিৰ্বাচন খেলিব বুলি কয়।