ৰে’লৱেত ১০ বছৰত ৫ লাখ কৰ্মচাৰীক নিযুক্তি সম্পূৰ্ণ।

Telegram

ৰে’লৱেত ১০ বছৰত ৫ লাখ কৰ্মচাৰীক নিযুক্তি সম্পূৰ্ণ

 

 

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ২০১৪ চনৰ পৰা এতিয়ালৈকে ৰে’লৱে’ত নিযুক্তি লাভ কৰা কৰ্মচাৰীৰ সংখ্যা ৫ লাখ বুলি সংবাদমাধ্যমৰ আগত অৱগত কৰিছিল। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে উল্লেখ কৰে যে, ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া আছিল ৪.৪ লাখ।

 

নাগপুৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সাংবাদিক বৈঠকৰ সময়ত, অশ্বিনী বৈষ্ণৱে এই তথ্য আগবঢ়াই পৰিস্কৃত কৰে যে, ২০১৪ চনৰ পৰা ৰে’লৱে’ত নিযুক্তি প্ৰক্ৰিয়া যথেষ্ট বেছি গতি লাভ কৰিছে আৰু ৫ লাখ কৰ্মচাৰী নিযুক্তিৰ ৰেকৰ্ড গঢ়া হৈছে। তেওঁ ইও কৈছিল যে, ৰে’লৰ পৰিসৰৰ আধুনিকীকৰণ আৰু সঞ্চালন মুকলি কৰাৰ লগে লগে, কৰ্মচাৰীৰ নিযুক্তিৰ প্ৰক্ৰিয়াও বৃদ্ধি পাইছে।

 

এই উদ্যোগে ৰে’লৱে’ৰ সঞ্চালন, চাৰা আৰু পৰিসৰৰ উন্নতিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে আৰু বিশেষকৈ দেশৰ যাতায়াত ব্যৱস্থাৰ আধুনিকীকৰণত এক নতুন দিশ প্ৰদান কৰিছে।

 

  • Related Posts

    প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন

    Telegram

    TelegramTweetপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন মিজোরামের জনগণের জন্য ঐতিহাসিক দিন, আইজল ভারতের রেল মানচিত্রের সাথে সংযুক্ত হচ্ছে মালিগাঁও,…

    ভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তন

    Telegram

    TelegramTweetভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তন মালিগাঁও, ১১ ছেপ্টেম্বৰ, ২০২৫: ভাৰতীয় ৰেলৱেই মিজোৰামৰ ৰাজধানী আইজলৰ ছাইৰাং ষ্টেচনৰ পৰা তিনিযোৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *