ৰাজ্যসভা নিৰ্বাচন ২০২৫ | মনোনয়ন দাখিলৰ অন্তিম সময়ত শাসকীয় জোঁটৰ পদক্ষেপ 🔷

Telegram

🔷 ৰাজ্যসভা নিৰ্বাচন ২০২৫ | মনোনয়ন দাখিলৰ অন্তিম সময়ত শাসকীয় জোঁটৰ পদক্ষেপ 🔷

 

মনোনয়ন দাখিলৰ অন্তিম মুহূর্ততে ৰাজনৈতিক উত্তেজনাৰ মাজত, শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে দলে-বলে উপস্থিত থাকি মনোনয়ন পত্ৰ দাখিল কৰে।

 

👉 বিজেপিৰ পৰা কনাড পুৰকায়স্থ আৰু

👉 অগপৰ পৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই

 

নিজ নিজ মনোনয়ন পত্ৰ জমা দিয়ে। এই মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকে দুয়ো দলেৰ শীৰ্ষ নেতৃত্ব আৰু মিত্ৰজোঁটৰ ঐক্যবদ্ধতা আৰু সংগঠনৰ শক্তি প্ৰতিফলিত হয়।

 

তথাপি, অগপৰ পৰা বীৰেন্দ্ৰ বৈশ্যৰ প্ৰাৰ্থিত্ব লৈ অন্তৰ্নিহিত অসন্তোষ আৰু প্ৰশ্ন আগবাঢ়িছে। দলটোৰ অভ্যন্তৰেও কিছু নেতাই এই নিৰ্বাচনী সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ নকৰা বুলি সূত্রৰ পৰা জানিব পৰা গৈছে।

 

📌 মনোনয়ন দাখিলৰ পিছত বিজেপি আৰু অগপৰ নেতাসকলে সাংবিধানিক স্বাৰ্থত একত্ৰিত হোৱাৰ দৃষ্টান্ত দাঙি ধৰে যদিও, অগপৰ ভিতৰৰ বিৰোধ অচিৰেই বহিঃপ্ৰকাশ ঘটিব নেকি, তাত সকলোৰে চকু।

 

📍আপোনাৰ মতামত কি? বীৰেন্দ্ৰ বৈশ্যৰ প্ৰাৰ্থিত্ব দলটোৰ বাবে ঠিক সিদ্ধান্ত নে গলতি পদক্ষেপ?

 

👇 মতামত দিয়ক, শ্বেয়াৰ কৰক।

#RajyaSabhaElection2025 #BJP #AGP #BirendraBaisya #KamalPurkaystha #AssamPolitics #মনোনয়ন #শাসকীয়জোঁট

 

  • Related Posts

    • Current
    • June 15, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।

    Telegram

    TelegramTweetতামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।   তামুলপুৰ, ১৫ জুন   তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱনটো আজি এক মাংগলিক পৰিৱেশৰ মাজেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়।…

    • Current
    • June 15, 2025
    • 4 views
    • 1 minute Read
    ১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇

    Telegram

    TelegramTweet১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇   ভূটানৰ থিম্ফুত অনুষ্ঠিত ১৫সংখ্যক South Asian Bodybuilding and Physique Sports Championship-ত ভাৰতৰ গৌৰৱ বৃদ্ধি কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *