
🌟 ৰাজ্যসভা নিৰ্বাচন ২০২৫ | মনোনয়ন পত্ৰ দাখিল 🌟
আসন্ন ৰাজ্যসভা নিৰ্বাচনৰ বাবে আজিৰে পৰা গৰম ৰাজনৈতিক পৰিস্থিতি চাক্ষুষ কৰা গ’ল। আজি মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ কনাড পুৰকায়স্থ আৰু অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।
📍 মনোনয়ন দাখিল পৰ্বত উপস্থিত আছিল—
✅ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
✅ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া
✅ অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা
এই মনোনয়নৰ জৰিয়তে পুনৰ এক দৃঢ় এন.ডি.এ. (NDA) গাঁথনিৰ প্ৰদৰ্শন কৰিলে বিজেপি-অগপ জোটে। অসমৰ ৰাজনৈতিক খিলঞ্জীয়া-ৰাষ্ট্ৰীয় সংগঠনৰ সহযাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত স্বৰূপে বিবেচিত হৈছে এই পদক্ষেপ।
🔷 আপুনি কি ভাবে? ক’ৰ্তৃত্বশালী চৰকাৰৰ বাবে এই মনোনয়ন সমৰ্থনযোগ্য নে নতুন বিতৰ্কৰ সূচনা?
📌 Comment কৰক আৰু মতামত দিয়ক!
#RajyaSabha2025 #AssamPolitics #BJP #AGP #HimantaBiswaSarma #KanadPurkayastha #BirendraPrasadBaishya #NDA #ElectionUpdate #AjitIn
formationBlog