ৰাজ্যত ৩টা পৰ্যায়ত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ৷ ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ১১খন জিলাক৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

  • Current
  • January 5, 2025
  • 0 Comments
Telegram

ৰাজ্যত ৩টা পৰ্যায়ত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ৷ ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ১১খন জিলাক৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

 

 

অসমৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নয়নৰ লক্ষ্যৰে গুণোৎসৱ ২০২৫ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায় ৬ জানুৱাৰী ২০২৫ তাৰিখে স্ব-মূল্যায়নৰ সৈতে আৰম্ভ হৈ, ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ চলিব। এই পৰ্যায়ত ১১ খন জিলাৰ বিদ্যালয়সমূহ অংশগ্ৰহণ কৰিব। 

 

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুণোৎসৱৰ প্ৰস্তুতিৰ অংশস্বৰূপে ‘গুণোৎসৱ ম’বাইল এপ’ আৰু ‘গুণোৎসৱ প’ৰ্টেল’ মুকলি কৰিছে, যাৰ জৰিয়তে মূল্যায়ন প্ৰক্ৰিয়া অধিক দ্ৰুত আৰু স্বচ্ছ হ’ব বুলি আশা কৰা হৈছে।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে, এইবাৰ গুণোৎসৱত শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ মানৰো মূল্যায়ন কৰা হ’ব, যাতে ইউনিফৰ্মৰ গুণগত মান নিশ্চিত কৰা যায়।

গুণোৎসৱ ২০২৫ৰ সময়সূচী তলত দিয়া হ’ল:

 

প্ৰথম পৰ্যায়: ৬ জানুৱাৰী (স্ব-মূল্যায়ন), ৭-৯ জানুৱাৰী

 

দ্বিতীয় পৰ্যায়: ১৭ জানুৱাৰী (স্ব-মূল্যায়ন), ২০-২২ জানুৱাৰী

 

তৃতীয় পৰ্যায়: ৫ ফেব্ৰুৱাৰী (স্ব-মূল্যায়ন), ৬-৮ ফেব্ৰুৱাৰী

 

এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মানৰ উন্নতি সাধন হোৱাৰআশা কৰা হৈছে।

 

  • Related Posts

    • Current
    • June 20, 2025
    • 9 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 7 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *