BTR NEWS

৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ।

Telegram

৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন

=================================

তামুলপুৰ ১৫ ছেপ্তেম্বৰ:-

 

তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ এখন সাধাৰন সভা যোৱাকালি আবেলি তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় ৷ ৬৭ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আগন্তুক ৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা কৰা হয় ৷ আগন্তুক ৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপনাৰ্থে নিম্ন উল্লেখিত ব্যক্তিসকলকলৈ ৰাস মহোৎসৱ উদযাপন সমিতি এখন গঠন কৰা হয় ৷

সুৰেন ৰাভা ,সভাপতি , ব্ৰজেন্দ্ৰ নাথ ডেকা , কাৰ্যকৰী সভাপতি , ৰাজীৱ বৰ্মন , চক্ৰেশ্বৰ ডেকা , হৰেন্দ্ৰ নাথ ৰাভা , নৃপেন বৰা আৰু চন্দ্ৰধৰ তালুকদাৰ ,উপ-সভাপতি , অভিজিৎ দাস ,সম্পাদক , ৰাতুল কুমাৰ দাস ,গনেশ হালৈ ,জয়ন্ত তালুকদাৰ ,প্ৰানজিৎ কলিতা আৰু দীপক কলিতা সহকাৰী সম্পাদক ৷

@@@@@

Exit mobile version