৫ গৰাকী ACS বিষয়াক নিলম্বন
নির্বাচনী বিভাগৰ নিৰ্দেশক অৱমাননা ৫ বিষয়াৰ
সৰোজ কুমাৰ ডেকা, কাব্যশ্রী দিহিঙীয়াক নিলম্বন নিলম্বন কংকনজ্যোতি শইকীয়া, জিন্তু শর্মা ACS পৰিস্মিতা দিহিঙীয়াক চাকৰিৰ পৰা নিলম্বন
নির্বাচনী বিষয়াৰূপে বদলি কৰিছিল ৫ বিষয়াক
চৰকাৰী নির্দেশ পোৱাৰ পাছতো যোগদান কৰা নাছিল নতুন ঠাইত