
📚 ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমী যুৱ আৰু শিশু সাহিত্য পুৰস্কাৰ ঘোষণা 📚
—— ✨অসমৰ ৪ গৰাকী সাহিত্যিকৰ জাতীয় সফলতা✨ ——
আজিৰে পৰা অসমৰ সাহিত্য জগতৰ বাবে গৌৰৱময় খবৰ। ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমী যুৱ আৰু শিশু সাহিত্য পুৰস্কাৰ ঘোষণা কৰা হৈছে আৰু তাত অসমৰ ৪ গৰাকী বিশিষ্ট সাহিত্যিকে স্থান লাভ কৰিছে।
🏆 সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ (২০২৫):
🔹 সুপ্ৰকাশ ভূঞা – “কুঁছিয়ানামা” (গল্প সংকলন) – অসমীয়া ভাষাত
🔹 অমৰ খুংগুৰ বড়ো – “অং আচুৰ” – বড়ো ভাষাত
🏆 সাহিত্য অকাদেমী শিশু পুৰস্কাৰ (২০২৫):
🔹 সুৰেন্দ্ৰ মোহন দাস – “মইনাহঁতৰ পদ্য” – অসমীয়া ভাষাত
🔹 বিনয় কুমাৰ ব্ৰহ্ম – “কান্থি বোচৌন আৰৌ আখু দানায়” – বড়ো ভাষাত
এই সম্মাননাসমূহে অসম তথা উত্তৰ-পূব ভাৰতৰ সাহিত্য সাধনাক ৰাষ্ট্ৰীয় মঞ্চত উজাগৰ কৰাৰ এক ব্যতিক্ৰমী পদক্ষেপ হিচাপে বিবেচিত হৈছে।
✍️ অসমীয়াৰ সৃষ্টিশীলতা, ভাষা, সংস্কৃতি আৰু মননশীলতা আগলৈও এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হ’বলৈ আশা কৰা যায়।
🎉 চাৰিওগৰাকী সাহিত্যিকক হৃদয়ংগম অভিনন্দন!
#SahityaAkademi2025 #AssamWriters #YouthAward #ChildrenLiterature #SahityaAward #AssamPride #BodoLiterature #অসমীয়াসাহিত্য