BTR NEWS

সমগ্ৰ দেশৰ লগতে শিলচৰতো কালি পূজাৰ আয়োজন।

Telegram

 

সমগ্ৰ দেশৰ লগতে শিলচৰতো কালি পূজাৰ সমাগম ঘটিছে। কিন্তু এই কালিপূজাৰ মাজতো বিভিন্ন ক্লাবে নাৰীক সন্মান জনাই বিভিন্ন পণ্ডলত নাৰী সুৰক্ষা আৰু বিগত দিনত ঘটা ঘটনা সন্দৰ্ভত বিভিন্ন যুক্তি দাঙি ধৰিছে, যাতে শিলচৰৰ মণিপুৰী বস্তিত আৰু বিভিন্ন ধৰণে পোষ্টাৰিং নহয়। কেৱল সেয়াই নহয়, নাৰী যে আনন্দৰ বস্তু নহয় সেই সজাগতা বৃদ্ধিৰ বাবে আমি বিভিন্ন পোষ্টাৰ কৰি ৰাইজক এটা বাৰ্তা দিছো। নাৰী জীয়াই থাকিলে সমাজ জীয়াই থাকিব।

Exit mobile version