সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)-ৰ প্ৰতিবাদত।

Telegram

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)-ৰ প্ৰতিবাদত।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)- আহ্বানত চাম্পাপাৰা আঞ্চলিক সমিতিৰ সাঃ সম্পদক লোহিত হুছেইনৰ হত্যাকাৰীক গেপ্তাৰ কৰাৰ দাবীত তামুলপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীত অৰ্ধশতাধিক আমছু সদস্যই অংশগ্ৰহণ কৰে।

 

বিক্ষোভকাৰীয়ে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ “লোহিত হুছেইনৰ হত্যাকাৰী আটক কৰক,” “গৃহ বিভাগ হায় হায়,” “আমছু জিন্দাবাদ” আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

 

প্ৰতিবাদৰ অন্তত আমছুৰ প্ৰতিনিধিৰা তামুলপুৰ জিলাৰ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই স্মাৰক পত্ৰত হত্যাকাৰীক সোনকালে গেপ্তাৰ কৰি ন্যায় সুনিশ্চিত কৰাৰ দাবী জানোৱা হয়।

 

  • Related Posts

    নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

    Telegram

    TelegramTweet*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

    তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_

    Telegram

    TelegramTweetতামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫   তামুলপুৰ জিলাৰ বৰনগৰস্থিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ নিৰ্বাচন উপলক্ষে আজি “ইছ্যু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *