BTR NEWS

ষট্ পূজাৰ পৱিত্ৰ ক্ষণত ভক্তিপ্ৰাণ ৰাইজৰ সৈতে সেৱা-প্ৰাৰ্থনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Telegram

ষট্ পূজাৰ পৱিত্ৰ ক্ষণত ভক্তিপ্ৰাণ ৰাইজৰ সৈতে সেৱা-প্ৰাৰ্থনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

গুৱাহাটী, ৭ নৱেম্বৰ ২০২৪: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ষট্ পূজাৰ পৱিত্ৰ ক্ষণত গুৱাহাটীৰ জ্যোতিকুছিত ভক্তিপ্ৰাণ ৰাইজৰ সৈতে সূৰ্যদেৱতাৰ প্ৰতি নতশিৰে সেৱা-প্ৰাৰ্থনা জনাই সকলোৰে কুশল-মংগল কামনা কৰে।

 

Exit mobile version