BTR NEWS

মৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়—

Telegram

মৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়—

🔹”মই জীয়াই থকালৈ মৰিয়নিৰ MLA মই।”

 

তেওঁ আরও কয়—

🔹”মই নিজে খেতি কৰিছো, নিজে ধান কাটি খাওঁ। ধান কাটিবলৈ অখিল গগৈক কিয় দিম?”

 

বিধায়কৰ এই মন্তব্যক লৈ স্থানীয় ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। অখিল গগৈক লৈ কুৰ্মীৰ এই মন্তব্যক অনেকে সোজাসুজি ৰাজনৈতিক আক্ৰমণ বুলি গণ্য কৰিছে।

 

মৰিয়নিৰ জনতাৰ মাজত এতিয়া চর্চা— ৰূপজ্যোতি কুৰ্মী আৰু অখিল গগৈৰ মাজত এই টানাটানিৰ অন্তিম ফলাফল ক’ত যাব?

Exit mobile version