মহানগৰীৰ বশিষ্ঠস্থিত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ২১৬তম বিশ্ব ব্রেইল দিৱস৷ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান৷
এই উপলক্ষে, মহানগৰীৰ বশিষ্ঠস্থিত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২১৬তম বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হয়। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত দৃষ্টিহীনসকলৰ বাবে ব্ৰেইল পদ্ধতিৰ গুৰুত্ব আৰু ইয়াৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰা হয।