গুৱাহাটীৰ পৰা বিশেষ প্ৰতিবেদন সাৰিফুদ্দিন আহমেদ।
মহানগৰীৰ কাহিলীপাৰাৰ দশম অসম আৰক্ষী বেটেলিয়ন কেম্পৰ সমীপত কল্যাণী সাগৰ পথত চোৰৰ লুটপাত ।
বিদ্যুৎ কোঁৱৰ নামৰ এজন লোকৰ ঘৰত সংঘঠিত হল চুৰিকাণ্ড ।
শিৱসাগৰৰ নিজ বাসগৃহলৈ গৈছিল পৰিয়ালটো ।
আজি ৰাতিপুৱা গুৱাহাটীৰ ভাড়া ঘৰত আহি প্ৰৱেশ কৰাৰ লগতে দেখিলে চুৰিকাণ্ড হোৱা বুলি ।
চোৰে লুটি নিলে সোণৰ অলংকৰা নগদ ধন ।
নিৰপত্তাহীনতাত ভুগিছে কাহিলিপাৰা বাসী ৰাইজ ।
ভাগদত্তপুৰ আৰক্ষী ব্যৰ্থ ।
প্ৰতিদিনে কাহিলীপাৰাত সংঘঠিত হবলৈ ধৰিছে চিৰিকাণ্ড ।